--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আনন্দত উতলা হৈ পৰিছে অনুষ্কা। এফালে স্বামী বিৰাটৰ দুৰ্দান্ত পাৰফৰমেঞ্চ, আনফালে উৎসৱৰ বতৰ। আনন্দ উতলা হৈ কলিকতাত আয়োজন কৰিলে দিৱালীৰ পাৰ্টি।

সোমবাৰে মাজৰাতি কলিকতাৰ এখনি পঞ্চতাৰকা হোটেলত বলিউডৰ অভিনেত্ৰীগৰাকীয়ে জোৰদাৰ দিৱালী পাৰ্টিৰ আয়োজন কৰে। সেউজ ৰঙৰ মনোমোহা শাড়ি পৰিধান কৰি পৰম্পৰা অনুযায়ী অতিথিক আপ্যায়ন কৰে অভিনেত্ৰীগৰাকীয়ে।

উল্লেখ্য যে সম্প্ৰতি অনুষ্কা কলিকতাত আছে। ভাৰতীয় মহিলা ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ বায়পিকৰ শ্বুটিং চলি আছে কলিকতাত। সোমবাৰে দিৱালী বাবে শ্বুটিং নাছিল। সেয়ে পাৰ্টিৰ আয়োজন কৰে অনুষ্কাই।

নানা ধৰণৰ সুস্বাদু ব্যঞ্জন-পানীয় ভৰি আছিল পাৰ্টিটোত। কেইবাজনো বেংগলী চেলিব্ৰেটি তাত উপস্থিত আছিল। কিন্তু নাছিল সৌৰভ গাংগুলী।

নিজৰ গৃহ চহৰতে এনেদৰে উপেক্ষিত হল টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ প্ৰাক্তন সভাপতিগৰাকী।আনকি নিমন্ত্ৰিতসকলৰ মাজতো তেওঁৰ নাম নাছিল। 

কিয় গাংগুলীক এইদৰে বাদ দিয়া হ, সেই লৈ এতিয়া বিৰাট চৰ্চা চলিছে। অনুমান কৰামতে, সৌৰভ গাংগুলী বিচিচিআইৰ সভাপতি হৈ থকাৰ সময়ত বিৰাট কোহলীৰ সতে সংঘাত হোৱা বুলি চৰ্চা চলিছিল। গাংগুলীৰ দিনতে কোহলীয়ে টীম ইণ্ডিয়াৰ অধিনায়কত্ব এৰিব লগা হয়।

গাংগুলী-কোহলীৰ এই সংঘাতৰ ফলশ্ৰুতিতে অনুষ্কাই এনেদৰে তেওঁক উপেক্ষা কৰে বুলি ভবা হৈছে। শেহতীয়াকৈ কোহলী পুনৰ ফৰ্মলৈ ঘূৰি আহিছে, আনহাতে গাংগুলীয়ে বিচিচিআইৰ সভাপতিত্ব এৰিব লগা হৈছে। তেনে পৰিস্থিতিত অনুষ্কাই গাংগুলীক নিমন্ত্ৰণ নকৰাত একো অস্বাভাৱিকতা নাই বুলি ক্ৰিকেটানুৰাগীসকলে কব বিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী

ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক