--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কলেষ্টেৰল বৃদ্ধি হ’লে বহু ধৰণৰ সমস্যা হ’বলৈ আৰম্ভ কৰে। কাৰণ কলেষ্টেৰল বৃদ্ধিৰ বাবে এজন ব্যক্তিৰ হৃদযন্ত্ৰ আৰু মেদবহুলতাৰ লগত জড়িত সমস্যা হ’বলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত কলেষ্টেৰল নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়।

কলেষ্টেৰল বৃদ্ধি হ’লে বহু ধৰণৰ সমস্যা হ’বলৈ আৰম্ভ কৰে। একে সময়তে কলেষ্টেৰলৰ আওকাণ কৰাটোও মাৰাত্মক হ’ব পাৰে।যদিও কলেষ্টেৰলৰ কোনো নিৰ্দিষ্ট লক্ষণ দেখা নাযায়। কিন্তু যদি সঠিক সময়ত কলেষ্টেৰল ধৰা পৰে, তেন্তে সঠিক খাদ্যৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পৰা যায়। আনহাতে, যদি কাৰোবাৰ কলেষ্টেৰলৰ সমস্যা আছে, তেন্তে সেই ব্যক্তিজনে উচ্চ চৰ্বিযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে। কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। কাৰণ কলেষ্টেৰল বৃদ্ধিৰ বাবে এজন ব্যক্তিৰ হৃদযন্ত্ৰ আৰু মেদবহুলতাৰ লগত জড়িত সমস্যা হ’বলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত ইয়াত আমি আপোনাক ক’ম যে আপুনি কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ কি কি বস্তু সেৱন কৰিব লাগে।

এই খাদ্যসমূহে কলেষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰে-
১)ওটচ-
ওটচ আঁহৰ এক বৃহৎ উৎস। যদি আপুনি আপোনাৰ দিনটো ওটছৰ সৈতে আৰম্ভ কৰে তেন্তে ই আপোনাৰ স্বাস্থ্যৰ বাবে অতি উত্তম। যদি আপুনি দৈনিক খাদ্যত অটছ অন্তৰ্ভুক্ত কৰে, তেন্তে আপুনি কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰে। একে সময়তে ওটছৰ লগতে ৰাই, বাৰ্লি আৰু বাজৰা খাব পাৰে।
২) শাক-পাচলি-
ব্ৰকলি, ফুলকবি, বিলাহী, পিঁয়াজ আদি ষ্টাৰচিবিহীন শাক-পাচলি খালে কলেষ্টেৰল হ্ৰাস কৰিব পাৰি। কাৰণ এই শাক-পাচলিবোৰত প্ৰচুৰ পৰিমাণে আঁহ আৰু প্ৰটিন থাকে।
৩) শুকান ফল-
কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ খাদ্যত আখৰোট, আলমণ্ড, চিয়া খাব পাৰে। এই শুকান ফলবোৰে বেয়া কলেষ্টেৰল কমোৱাতো কাম কৰে। এইসমূহ খাদ্য জলপান হিচাপেও খাব পাৰি।
৪) ফল সেৱন কৰক-
ফল-মূল সেৱন কৰিলে কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিব পাৰি। ইয়াৰ বাবে দৈনিক ব্লেকবেৰী, ডালিম, ষ্ট্ৰবেৰী সেৱন কৰিব লাগে। কওঁ যে ইয়াত দ্ৰৱণীয় আঁহ থাকে যি আপোনাৰ স্বাস্থ্যৰ বাবে ভাল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু