--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আই-ফোন নিৰ্মাণকাৰী এটা প্ৰতিষ্ঠানত ঘটিছে অঘটন। প্ৰতিষ্ঠানটোৰ খাদ্যত বিষক্ৰিয়া ঘটি হাস্পতালত ভৰ্তি ২০০-ৰো অধিক কৰ্মচাৰী।এই ঘটনা সংঘটিত হৈছে ভাৰতৰ তামিলনাডুত থকা আই-ফোন নিৰ্মাণকাৰী প্ৰতিষ্ঠান ফক্সক’নত। তামিলনাডুৰ শ্ৰীপেৰুমবুদুৰত এই ফক্সক’নৰ কাৰাখানাটো আছে য’ত বিশ্বৰ বিখ্যাত এপ’ল কোম্পানীৰ আই-ফোন প্ৰস্তুত কৰা হয়।

ফক্সক’নত কাম কৰা কৰ্মচাৰীসকলে টিফিন টাইমত কাৰাখানাটোৰ খাদ্য গ্ৰহণ কৰি ডায়েৰিয়াত ভোগে যাৰ ফলত অধিকাংশ কৰ্মচাৰীকে হাস্পতালত ভৰ্তি কৰাবলগীয়া হয়। ২৫৬ গৰাকী কৰ্মচাৰীক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাৰ অন্তত ১৫৫ গৰাকী সুস্থ হৈ ঘৰলৈ উভতি যায়। ১০১ গৰাকী এতিয়াও চিকিৎসাধীন হৈ আছে। এগৰাকী মহিলা কৰ্মচাৰীৰ মৃত্যু হোৱা বুলি প্ৰচাৰ হয় যদিও ফক্সক’ন কৰ্তৃপক্ষই এয়া উৰাবাতৰি বুলি সদৰী কৰে। খাদ্যৰ বিষক্ৰিয়াৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

আৰু পঢ়কঃ আজিৰে পৰা ৫ দিনীয়া কার্যসূচীৰে অনুষ্ঠিত অসম বিধানসভাৰ শীতকালীন অধিৱেশন


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন