--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ মাজত এনেকুৱা বহু মানুহ আছে যাৰ খং বহুত বেছি। মানুহৰ ভাল লগা, বেয়া লগা, ভোক, পিয়াহৰ দৰেই খং এটা মানসিক অৱস্থা। কিন্তু এই খঙক কোনোৱে সুস্থ মানসিকতা বুলি স্বীকাৰ নকৰে। খঙৰ বাবেই ঘটে বহুতো অপ্ৰীতিকৰ ঘটনা। খং হ’ল মানুহৰ চৰম প্ৰকাশ।কিছুমান মানুহে খং বুকুত চেপি-খুন্দি ৰাখে। এনে লোকৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰে। ফলত এইসকল লোক ভিন্ন ৰোগৰ বলি হ’ব পাৰে।

১) মানসিক চাপৰ বলি।

২) টোপনি নহা সমস্যা। 

৩) মূৰৰ বিষৰ সমস্যা।

৪) অত্যধিক ঘামি থকাৰ সমস্যা।

৫) ব্লাড প্ৰেছাৰৰ সমস্যা।

৬) বুকুৰ বিষ।

৭) এচিডিটিৰ সমস্যা।

৮) থাইৰয়ডৰ সমস্যা।

৯) ডায়েবেটিছ ৰোগৰ সম্ভাৱনা। 

খঙাল ব্যক্তিয়ে ক্লিনিকেল ট্ৰিটমেন্ট, কাউন্সেলিং, এংগাৰ থেৰাপী গ্ৰহণেৰে খং কমাব পাৰে। প্ৰাৰ্থনা, মেডিটেচনৰ দ্বাৰাও খং কমাবলৈ সক্ষম হ’ব পাৰে। ই মাথোঁ কেইদিনমানতে সম্ভৱ নহয়। এই অভ্যাস নিয়মীয়াকৈ কৰিলে লাহে লাহে খং নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ব। 

জীৱনৰ বাবেই দিনটোৰ দহ মিনিট সময় প্ৰাৰ্থনাৰ বাবে ৰাখক। ইও আত্মশুদ্ধিৰ এক প্ৰচেষ্টা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক