--°C
Loading...
Listen to Article
2 min read
80%
৮ মে', ২০২২,দেওবাৰ

১. মেষ ৰাশি (অ,ল) : -  মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, কৰ্মক্ষেত্ৰত সামান্য পৰিৱৰ্তন আহিব পাৰে যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ'ব। 

২. বৃষ ৰাশি( উ,ব,ই) : - বৃষ ৰাশিৰ  জাতক - জাতিকাসকলে আজিৰ দিনটোত  সজাগ নহ'লে ঘৰুৱা কৰ্মত সামান্য অশান্তি বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য ব্যৱসায়িক দিশত ক্ষতি  হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি ( ক,ছ) :  - মিথুন ৰাশিৰ  জাতক - জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বন্ধুৰ সহায় লাভ কৰিব, বন্ধু বাঢ়িব, লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি( ড,হ) : - কৰ্কট ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত উন্নতি হ'ব, কৰ্মব্যস্ততা বাঢ়িব, লগতে আজি আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত শুভ  হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশি (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলে আজিৰ দিনটোত কৰ্মত আনৰ সহায় সহযোগিতা লাভ কৰিব, কৰ্মক্ষেত্ৰত যশস্যা বাঢ়িব যদিও আজি আপুনি সজাগ নহ'লে মনৰ উৎসাহ সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়। 

৬. কন্যা ৰাশি (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত ধন সন্মান লাভ হ'ব, লগতে আজি আপোনাৰ ভ্ৰমণৰ ক্ষেত্ৰত সুখ বৃদ্ধি  হোৱাৰ যোগ দেখা যায়। 

৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব, মনত সামান্য হতাশা বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত
ধন সম্পত্তি বাঢ়িব, অৰ্থৰ আগমন ঘটিব, লগতে আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব । 

৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব। 

১০. মকৰ ৰাশি (খ,জ):  - মকৰ ৰাশিৰ  জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মদক্ষতা বাঢ়িব, আৰ্থিক দিশত শুভ হ'ব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়। 

১১. কুম্ভ ৰাশি (গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, মনৰ আশা পূৰণ হ'ব যদিও আজি আপুনি যাত্ৰা বা ভ্ৰমণ ক্ষেত্ৰত সজাগ  হোৱাটো ভাল হ'ব। 

১২. মীন ৰাশি ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হ'ব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য অশান্তি বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য মিছা অপবাদ পোৱাৰ যোগ দেখা যায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস