--°C
Loading...
Listen to Article
2 min read
80%
কি লিখা আছে আজিৰ ৰাশিফলত?  চাওঁ আহক

০৭ ডিচেম্বৰ ২০২৩, বৃহস্পতিবাৰ

মেষ- এলেহুৱা স্বভাৱৰ বাবে ক্ষতি হ'ব। আপুনি আত্মীয় মানুহৰ সন্মুখীন হ'ব পাৰে। খৰচৰ মাত্ৰা বৃদ্ধি কমিব। সামাজিক কামত সন্মান লাভ কৰিব। শুভ সংখ্যা ৬,শুভ ৰং ৰঙা।

বৃষ- শুভ দিন। আপোনাৰ ব্যৱহাৰে আনক আকৃষ্ট কৰিব। আত্মবিশ্বাস বৰ্তি থাকিব। আলহী আহিব। বিবাহৰ প্ৰাৰ্থীসকলৰ বাবে ভাল খবৰ আহিব পাৰে। শুভ সংখ্যা ২,শুভ ৰং আকাশী।

মিথুন- বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰক। আপোনাৰ স্বাস্থ্য আৰু অধিক ভাল হ’ব আগতকৈ। ব্যৱসায়ত ধন বিনিয়োগ কৰিলে লাভৰ সন্মুখীন হ’ব। শুভ সংখ্যা ৫,শুভ ৰং মেৰুণ।

কৰ্কট- সুনাম বৃদ্ধি। আপোনাৰ ব্যক্তিগত ভাৱনা বা কোনো গোপনীয় কথা আজি কাকো নক’ব। বেয়া অভ্যাস এৰাই চলিব। প্ৰেমত শুভ। শুভ সংখ্যা ৯,শুভ ৰং বগা।

সিংহ- ভালেৰে যাব দিনটো। অসহায় মানুহক সহায় কৰক। মনত শান্তি লাভ কৰিব। হাতলৈ হঠাতে ধনৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীৰ বাবে চিন্তা বাঢ়িব। শুভ সংখ্যা ১,শুভ ৰং হালধীয়া।

কন্যা-ৰোগ হ'ব পাৰে। আপোনাৰ কামক গুৰুত্ব সহকাৰে লওক । আপোনাৰ কামৰ অধিকাৰ আন কোনোবাই ল’ব পাৰে। আলহী আহিব। মন্দিৰলৈ যাওক। শুভ সংখ্যা ৭, শুভ ৰং গুলপীয়া।

তুলা- সন্তানৰ শুভ। ওচৰ-চুবুৰীয়াৰ সৈতে সাৱধানে থাকিব। কন্দল হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালক সময় দিলে দিনটো ভালদৰে পাৰ হ’ব। শুভ সংখ্যা ৩,শুভ ৰং সোণালী।

বৃশ্চিক- দিনটোত কাকো খং নকৰিব। খং উঠি থাকিলে হঠাতে কাকো একো নক’ব। বিশেষ কিছুমান কামত লাভৰ ইংগিত আছে। প্ৰেমত সাৱধান হ’ব। শুভ সংখ্যা ৮ ,শুভ ৰং ৰূপালী।

ধনু- আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ’ব ।পাৰিবাৰিক দিশত বিভিন্ন সমস্যা গা কৰি উঠিব পাৰে। পুৰণি বন্ধুক লগ পাব পাৰে। শুভ সংখ্যা ৬, শুভ ৰং মুগা।

মকৰ- দিনটো সুখেৰে ভৰা হ’ব। ভাবি থকা বহু দিনৰ মনৰ বাঞ্চা পূৰণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সচেতন হৈ থাকিব। শুভ সংখ্যা ৩, শুভ ৰং কমলা।

কুম্ভ- সকলো কথাতে ভাবি-চিন্তিহে মন্তব্য কৰিব। প্ৰশংসা শুনিব। শত্ৰুবোৰক চিনি পোৱাৰ দিন। সকলো কামত পৰিয়ালৰ সমৰ্থন পাব। শুভ সংখ্যা ৭ , শুভ ৰং বগা।

মীন- পৰিয়ালত শান্তি। কোনো লোকক আৰ্থিক সহায় কৰক। আপোনাৰ আৰ্থিক অৱস্থা সুস্থিৰ হ'ব। পৰিয়ালৰ সদস্যৰ মাজত পইচাকলৈ কাজিয়া হ’ব পাৰে । শুভ সংখ্যা ১ ,শুভ ৰং নীলা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক