--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
পূৰ্বতেও ম’বাইল ফোন বিস্ফোৰণৰ দৰে কেইবাটাও ঘটনা সংঘটিত হৈছিল যদিও  শেহতীয়াকৈ সংঘটিত হোৱা ঘটনাটো যথেষ্ট ভয়ংকৰ৷  ইউটিউবাৰ এমডি টক ৱাইটি নামৰ চেনেলটোৰ গৰাকীৰ তথ্য অনুসৰি, এটা ৰেডমি 6এ স্মাৰ্টফোন বিস্ফোৰণ হোৱাৰ ফলত  এগৰাকী মহিলাৰ মৃত্যু হয়৷ মৃত মহিলা গৰাকী ইউটিউবাৰজন খুড়ীয়েক ৷ তেওঁ দিল্লীৰ বাসিন্দা আছিল৷ ইয়াৰ পূৰ্বতে হয়তো ফোনৰ বেটাৰী বিস্ফোৰণৰ ফলত আন কোনো ব্যক্তিৰ মৃত্যু হোৱা নাছিল৷ ইউটিউবাৰজনৰ তথ্য অনুসৰি ,মহিলাগৰাকীয়ে শুই থকা সময়ত ফোনটো তেওঁৰ গাৰুৰ ওচৰত ৰাখিছিল৷তেনে সময়তে ফোনটো বিস্ফোৰিত হয়। 

এই বিষয়টোৰ সন্দৰ্ভত শ্বাওমীয়ে তাৎক্ষণিক  সঁহাৰি দিয়ে  আৰু মহিলাগৰাকীৰ পৰিয়াল কাষ চাপি বিস্ফোৰণৰ কাৰণ অনুসন্ধান কৰিব বুলিও  জানিবলৈ দিয়ে৷ 

ইউটিউবাৰজনে টুইটাৰত বেটাৰী বিস্ফোৰণৰ ঘটনাৰ বিষয়ে পোষ্ট কৰিছিল আৰু স্পষ্টীকৰণৰ বিচাৰি বাবে ম’বাইলফোন কোম্পানীটোক টেগ কৰিছিল। ইউচিনেছ ইনচাইডাৰ ইণ্ডিয়াই অনুসন্ধানৰ আপডেটৰ বিচাৰি  জিয়াওমিৰ কাষ চাপিছে। 

ইউটিউবাৰজনে টুইটাৰত শ্বেয়াৰ কৰা  ছবিত এটা বিস্ফোৰিত ৰেডমি ৬এ স্মাৰ্টফোন দেখা গৈছে৷  পৰৱৰ্তী টুইটত মনজিত নামৰ এই ইউটিবাৰজনে  চৰকাৰ আৰু স্মাৰ্টফোন নিৰ্মাতাসকলক স্মাৰ্টফোন নিৰ্মাণৰ সময়ত পৰ্যাপ্ত  সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনায়৷ যাতে আন কোনো মানুহে প্ৰাণ হেৰুৱাব লগীয়া নহয়৷ 

বৰ্তমানলৈকে এই বিস্ফোৰণৰ কাৰণ সম্পৰ্কে কোনো সঠিক তথ্য পোৱা হোৱা নাই৷ লগতে  জিয়াওমীয়ে এতিয়াও ঘটনাটোৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী