--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ২০২১ বৰ্ষটো যদিও বিভিন্ন কাৰণত স্মৰণীয় হৈ থাকিব, তথাপিও আন এটা বিশেষ কাৰণৰ বাবেও বৰ্ষটো স্মৰণীয় হৈ থাকিব৷ বছৰটোৰ দেশজুৰি চৰ্চা লাভ কৰা এটা প্ৰসংগ আছিল বলীউদৰ কিং খানৰ পুত্ৰ আৰিয়ান খানৰ গ্ৰেপ্তাৰ৷ বছৰটো শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ বাবে আছিল দু:সহ স্মৃতিৰ বছৰ৷ তেওঁ কাৰাগাৰৰ বন্ধ কুঠৰীত সোমাবলগীয়া হৈছিল এই বৰ্ষটোতে৷ অৱশ্যে, এই নতুন বছৰটোৱে তেওঁলোকলৈ যেন কঢ়িয়াই আনিলে কিছু আশাৰ খবৰ৷

হয়, দৰাচলতে আৰিয়ান খানক গ্ৰেপ্তাৰ কৰা নাৰ্ক’টিক্স কণ্ট্ৰল ব্যুৰ’ৰ বিষয়াজনক বদলি কৰা হৈছে। সেই বিষয়াগৰাকীয়েই হৈছে সমীৰ ৱানখেড়ে। আৰিয়ান খানৰ গোচৰৰ পাছতেই বিষয়া সমীৰ ৱানখেড়ে চৰ্চালৈ আহিছিল। তেওঁলোকে আৰিয়ানক এখন জাহাজত ড্ৰাগছ সেৱন কৰা ধৰা পেলাইছিল।


বিষয়াগৰাকীৰৰ কৃতিত্বৰ পাছতে সকলোৱে তেওঁক দিল্লীৰ সিংঘম বুলি অভিহিত কৰিছিল৷ উল্লেখযোগ্য যে, সমীৰ ৱানখেড়ে ২ অক্টোবৰত গোৱালৈ যাওঁতে এখন জাহাজত অভিযান চলাইছিল, য’ত তেওঁ শ্বাহৰুখ পুত্ৰ আৰিয়ান খানকে ধৰি নজন লোকক গ্ৰেপ্তাৰ কৰিছিল।


অৱশ্যে, পাছত প্ৰমাণিত হৈছিল যে আৰিয়ান খানৰ ওচৰত কোনো ড্ৰাগছ নাছিল কিন্তু তেওঁ শ্বাহৰুখ খানৰ পুত্ৰ হোৱাৰ বাবে তেওঁক এই অভিযোগত অভিযুক্ত কৰা হৈছিল। তাৰ পাছতেই যেন সমীৰ ৱানখেড়েৰ বাবে অসুবিধা বৃদ্ধি হ'বলৈ ধৰিলে আৰু তেওঁৰ গ্ৰাফ নামি আহিবলৈ আৰম্ভ কৰিলে৷ আৰু, এতিয়া হঠাৎ এনচিবিৰ এই বিষয়াগৰাকী স্থানান্তৰ হোৱা বিষয়টোৱে নতুন চৰ্চা লাভ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম