--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেক্সঃ স্পা কেন্দ্ৰসমূহ দেহ ব্যৱসায়ৰ ঘাটিলৈ ৰূপান্তৰ হোৱাৰ সঘন অভিযোগ উত্থাপন হৈ থকাৰ সময়তে পোহৰলৈ আহিছে এটাৰ পাছত আনটো ভয়ংকৰ তথ্য৷ এই কেন্দ্ৰসমূহত আৰক্ষীৰ অভিযানৰ সময়ত ধৰা পৰিছে কেতবোৰ উদ্বেগজনক তথ্য৷ গুৱাহাটী মহানগৰৰ বিভিন্ন স্পা কেন্দ্ৰৰ বিৰুদ্ধে মহানগৰ প্ৰশাসনে কিছুদিনৰ পূৰ্বে কঠোৰ স্থিতি গ্ৰহণ কৰি বহু স্পা কেন্দ্ৰ বন্ধ কৰাৰ লগতে জাৰি কৰিছিল কেতবোৰ নীতি-নিৰ্দেশনা৷ পুৰুষে মহিলাক বা মহিলাই পুৰুষক কৰিব নোৱাৰিব মালিচ৷ বন্ধকুঠৰীত কৰিব নোৱাৰিব মালিচ৷ এনে কিছু কঠোৰ নিৰ্দেশনা পালন কৰিব লগা হৈছে গুৱাহাটী মহানগৰৰ স্পা কেন্দ্ৰসমূহে৷

কিন্তু, এতিয়াও দেশৰ বহু ঠাইত নাই এনে কঠোৰ নিৰ্দেশনা৷ যাৰ বাবে এতিয়াও দেহ ব্যৱসায়ৰ হটস্পটত পৰিণত হৈছে এই স্পা কেন্দ্ৰবোৰ৷
শেহতীয়াকৈ মধ্য প্ৰদেশৰ ইন্দোৰত আৰক্ষীয়ে এটা স্পা কেন্দ্ৰৰ আঁৰ লৈ চলি থকা এটা দেহ ব্যৱসায়ৰ ঘাটি উৎখাট কৰে। কেন্দ্ৰটোত কৰ্মৰত কেইবাজনো বিদেশী যুৱতীক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাটোৰ তদন্তৰ পাছত আৰক্ষীয়ে লাভ কৰিছে বহু আচৰিত তথ্য৷ আৰক্ষীয়ে সদৰি কৰা অনুসৰি এটম স্পা কেন্দ্ৰৰ পৰা ১০ গৰাকী যুৱতী আৰু ৮ গৰাকী যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে ৭ গৰাকী যুৱতী থাইলেণ্ডৰ নাগৰিক৷ তেওঁলোকৰ চাৰিগৰাকীৰ লিংগ পৰিৱৰ্তন কৰা হৈছে৷ পাছপোৰ্টত তেওঁলোকৰ লিংগ পুৰুষ হিচাপে উল্লেখ আছে। বাকী তিনিজনৰ পাছপোৰ্ট তথ্যও সংগ্ৰহ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন