--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘কৰিশ্মা কা কৰিশ্মা’ নামৰ জনপ্ৰিয় টিভি ছিৰিয়েলখনৰ কথা মনত আছেনে? তাত কৰিশ্মা নামৰ এটা ৰবটৰ চৰিত্ৰ দেখুওৱা হৈছিল। শিশুসকলৰ মাজত এই ছিৰিয়েলখন অতি জনপ্ৰিয় আছিল। কৰিশ্মাৰ চৰিত্ৰত অভিনয় কৰিছিল ঝনক শুক্লাই। শেহতীয়াকৈ ঝনক শুক্লাই নিজৰ জীৱনৰ এটা ডাঙৰ ভাল খবৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে। 

ৰবট কৰিশ্মাৰ চৰিত্ৰত অভিনয় কৰা বিখ্যাত শিশু অভিনেত্ৰীগৰাকীৰ শেহতীয়াকৈ বাগদান সম্পন্ন হৈছে। ছ'চিয়েল মিডিয়াত হবলগীয়া স্বামীৰ সৈতে ফটো শ্বেয়াৰ কৰি নিজৰ এংগেজমেণ্টৰ কথা ঘোষণা কৰিছে অভিনেত্ৰীগৰাকীয়ে। 

দীৰ্ঘদিনীয়া প্ৰেমিক স্বপ্নীল সূৰ্যবংশীৰ সৈতে এংগেজমেণ্ট কৰিছে ঝনক শুক্লাই। অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত নিজৰ এংগেজমেণ্টৰ ছবি শ্বেয়াৰ কৰিছে।

ঝনক শুক্লা বিখ্যাত টিভি অভিনেত্ৰী সুপ্ৰিয়া শুক্লাৰ কন্যা। সুপ্ৰিয়া শুক্লাই নিজৰ কেৰিয়াৰত বহু টিভি ধাৰাবাহিক, ৱেব ধাৰাবাহিক আৰু ছবিত কাম কৰি আহিছে। 

শৈশৱত বহু টিভি ধাৰাবাহিকত নিজৰ অভিনয় প্ৰদৰ্শন কৰিছিল ঝনক শুক্লাই। ঝনকে শ্বাহৰুখ খান আৰু প্ৰীতি জিন্তাৰ সৈতে ‘কল হো না হো’ ছবিতো কাম কৰিছে।
Jhanak Shukla from 'Karishma Kaa Karishma' all grown up, calls 2003 show  her 'best work' | Television News
ছ’চিয়েল মিডিয়াত ঝনক শুক্লা অতি সক্ৰিয় হৈ থাকে। ঝনক এগৰাকী লাইফষ্টাইল আৰু ফেশ্বন ব্লগাৰ। ছ’চিয়েল মিডিয়াত প্ৰায়ে ঝনকে নতুন নতুন ফটো আৰু ভিডিঅ’ পোষ্ট কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement