--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত ১৯৭৮ চনত এখন ছবিয়ে মুক্তি লাভ কৰে। ছবিখনৰ নাম আছিল ‘ডন’। অভিনেতাজনৰ নাম আছিল অমিতাভ বচ্চন, ছবিখনৰ এটা অতি জনপ্ৰিয় গীতটি আছিল ‘খাইকে পান বানাৰ ৱালা’ যিটো গীতিকাৰ অঞ্জনে লিখিছিল, সংগীত আছিল কল্যাণ জী আনন্দ আৰু ইয়াক কন্ঠদান কৰিছিল কিশোৰ কুমাৰে। আমি সকলোৱে আমাৰ শৈশৱত এই গীতটো শুনিছো আৰু আজিও এই গীতটো বহুলভাৱে জনপ্ৰিয়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে ইয়াত কেৱল পাণৰ কথা কিয় উল্লেখ কৰা হৈছে? আন কোনোবা পাত কিয় নহয়? 

প্ৰাচীন কালত পাণ খোৱাটো অতি ৰাজকীয় বুলি গণ্য কৰা হৈছিল। কবি, সংগীতজ্ঞ, ৰাজদৰবাৰী আদিয়ে নিজৰ লগত পাণ কঢ়িয়াই লৈ ফুৰিছিল। পাণ খোৱাৰ প্ৰথা কেতিয়াৰ পৰা আৰম্ভ হৈছিল সেই সন্দৰ্ভত কোৱা হয় যে পাণ খোৱাৰ প্ৰথা মোগলৰ সময়ত আৰম্ভ হৈছিল। আগতে ইয়াক ছঁফ আৰু ইলাচিৰ সৈতে মিহলাই খাদ্য খোৱাৰ পাছত খোৱা হৈছিল। মোগলৰ পাছত ব্ৰিটিছ যুগতো পাণৰ ব্যৱহাৰ একেদৰেই চলি থাকিল। তাৰ পৰৱৰ্তী সময়ত পাণক মাউথ ফ্ৰেছনাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে।

দৰাচলতে পাণ চোবাই খালে হজম শক্তি উন্নত হয়। ইয়াক খালে কোষ্ঠকাঠিন্য আৰু এচিডিটিৰ দৰে সমস্যাবোৰ নাইকিয়া হয় আৰু ইয়াৰ লগতে আলচাৰৰ দৰে ৰোগো পাণৰ দ্বাৰা নিৰাময় হয়। 

পাণৰ সন্দৰ্ভত সনাতন ধৰ্মত কিছু বিশ্বাস আছে। কোৱা হয় যে সাগৰ মন্থনৰ সময়ত দেৱতাসকলে পাণ ব্যৱহাৰ কৰি বিষ্ণু ভগৱানক পূজা কৰিছিল। আজিও পূজা ৰীতি-নীতিত পাণৰ গুৰুত্ব অতিশয় বেছি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক