--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰৰ নৱেম্বৰৰ পৰা তেওঁক জাতীয় দলত দেখা পোৱা নাই। ঈশান কিষান দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পৰা মাজ বাটতে মানসিক বিষণ্ণতাৰ বাবে ঘৰলৈ উভতি আহিল। তাৰ পিছৰে পৰা তিনিমাহ ধৰি দলৰ পৰা আঁতৰি আছে। কেৱল জাতীয় দলেই নহয়, ৰাজ্যিক দলতো তেওঁ সুযোগ পোৱা নাই। ঈশানে দলত সুযোগ নোপোৱাৰ বাবে ইৰফান পাথানে নিৰ্বাচকসকলক প্ৰশ্ন কৰে।

ইৰফানে এক্স হেণ্ডেলত ঈশানৰ নাম নোলোৱাকৈ এটা প্ৰশ্ন কৰিলে। ইৰফানে নিজৰ নাম নোলোৱাকৈয়ে যে ঈশানক মনত ৰাখি প্ৰশ্নটো সুধিছিল সেয়া স্পষ্ট। তেওঁ লিখিছে, ‘মই ভাবো এজন মানুহ সুস্থ হৈ প্ৰশিক্ষণ আৰম্ভ কৰাৰ পিছতো ৰাজ্যিক দলত কিয় সুযোগ দিয়া নহয়। কেনেকুৱা হৈছে? তাৰ অৰ্থ কি?''

কিছুদিন আগতে ঈশানে অনুশীলন আৰম্ভ কৰিছিল। হাৰ্দিক আৰু ক্ৰুনাল পাণ্ড্যাৰ সৈতে অনুশীলন কৰি আছে। কিন্তু তাৰ পিছতো ঈশানক ৰঞ্জি ট্ৰফীৰ বাবে ঝাৰখণ্ডৰ দলত অন্তৰ্ভুক্ত নহ’ল। ইয়াৰ পিছত প্ৰশ্ন উত্থাপন হয়, ইচ্ছাকৃতভাৱে ঈশানক বাদ দিয়া হৈছে নেকি? 

শেহতীয়াকৈ ইংলেণ্ড ভ্ৰমণত শ্ৰীকৰ ভাৰতে বৰ ভাল খেলিব পৰা নাই। লোকেশ ৰাহুলও আহত হৈছে। এতিয়াও সম্পূৰ্ণ সুস্থ হোৱা নাই ঋষভ পন্ত। এই পৰিস্থিতিত ঈশানে উইকেটকীপাৰ হিচাপে খেলাৰ সুযোগ পাইছিল। কিন্তু ভাৰতীয় প্ৰশিক্ষক ৰাহুল দ্ৰাবিদে কয় যে ঈশানে ক্ৰিকেট খেলি দলত প্ৰৱেশ কৰিব লাগে। তেওঁ নিজৰ অৰ্হতা প্ৰমাণ কৰিব লাগিব। সেই প্ৰমাণ লৈ সকলোৱে চাই আছে ঈশানে আকৌ কেতিয়া ভাৰতীয় দলত সুযোগ পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী