--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হস্পিতালৰ লোমহৰ্ষক ধৰ্ষণ আৰু হত্যা কাণ্ডৰ ঘটনাই দেশজুৰি তোলপাৰ সৃষ্টি কৰিযোৱাৰ পাছতে, আন এক খবৰে চৰ্চা লাভ কৰিছে। কলকাতাৰ অপৰাধীৰ দৰে বিকৃত মানসিকতাৰ এজন অটোচালকে দুগৰাকী ছাত্ৰীক অশালীন ব্যৱহাৰৰ কৰাৰ তথ্য পোহৰলৈ আহিছে।
 
কলকাতাৰ চিকিৎসকগৰাকীৰ লগত যি হৈছিল, ছাত্ৰী দুগৰাকীৰ লগতো তেনে ব্যৱহাৰ কৰাৰ ভাবুকি প্ৰদান কৰে অটো চালকজনে।অটো চালকজনে  এই মন্তব্য কৰাৰ লগে লগে ছাত্ৰীদুগৰাকীয়ে অটো চালকজনৰ ওপৰত আক্ৰমণ কৰাৰ লগে লগে।স্থানীয় লোকসকলেও প্ৰহাৰ কৰে অটো চালকজনক। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।
 
প্ৰাপ্ত তথ্য অনুসৰি নাগপুৰৰ পাৰ্দী থানাৰ সমীপত ঘটানোটো সংঘটিত হৈছিল। ছাত্ৰী দুয়োগৰাকীয়ে অট’ত গৈ থাকোতে উচ্চস্বৰ কথা পাতি আছিল। চালক জনে উচ্চস্বৰত কথা পাতিবলৈ বধা দিয়াত বিতৰ্কৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে। চালক জনে ছাত্ৰীদুগৰাকীৰ ওচৰত ক্ষমা খুজাৰ পাছতে পৰিস্থিতি শাম কাটে। ঘটনাটোৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে৷

এনে ঘটনাৰ পৰিসাপ্তি ঘটিব নে? শিক্ষা,প্ৰযুক্তি আদিৰ প্ৰসাৰৰ পিছতো মানৱ সমাজত এনে মানসিকতা পৰিতাপৰ বিষয়। প্ৰশ্ন হয় কঠোৰ আইন বলৱৎ কৰিলেই ধৰ্ষণ তথা নিৰ্যাতনৰ দৰে অপৰাধ নিৰ্মূল হ’ব নে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ