--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বৰ্তমান বৃদ্ধি পাইছে কেন্সাৰৰ প্ৰাৰ্দুভাৱ৷ এই দুৰাৰোগ্যত আক্ৰান্ত হৈছে বহু যুৱক-যুৱতী৷ শেহতীয়া খবৰ অনুসৰি কেন্সাৰত  আক্ৰান্ত হৈছে  মডেল ৰোজলিন খান। এটা ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে এই কথা সদৰি কৰিলে ৰোজলিনে৷  বৰ্তমান  মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে অভিনেত্ৰীগৰাকীয়ে৷ জানিব পৰা মতে অহা সাত মাহলৈ  তেওঁৰ কেমোথেৰাপি চলিব৷

 ছ’চিয়েল মিডিয়াত ৰোজলিনে লিখিছে যে , এই বিপদে তেওঁক সাহসীহে  কৰি তুলিছে৷এই সময়ো পাৰ হৈ যাব৷আনকি “যি হয় ভালৰ বাবেই হয় ” লিখি ৰোজলিন পৰিচয় দিলে অত্যন্ত সাহসৰ৷ 

লগতে সাহসী ৰোজলিনে লিখিছে যে, ‘ঈশ্বৰে আটাইতকৈ সাহসী সৈনিকসকলক যুদ্ধত যুঁজিবলৈ দিয়ে। হয়তো এয়া মোৰ জীৱনৰ এক অধ্যায়। মনত বিশ্বাস আৰু আশা আছে।’

প্ৰথম অৱস্থাত তেওঁৰ ডিঙি আৰু পিঠিচ প্ৰচণ্ড বিষ আৰম্ভ হৈছিল।এইয়া আছিল কেন্সাৰৰ প্ৰথম লক্ষণ৷  ৰোজলিনে জিমনাষ্টিকৰ বাবে এই বিষ হোৱা বুলি ভাবিছিল৷বিষ ক্ৰমে বাঢ়ি যোৱাত পৰীক্ষা কৰোঁতে  কেঞ্চাৰ ধৰা পৰে। কিন্তু কেন্সাৰত আক্ৰান্ত হ’লেও কাম স্তব্ধ নকৰাৰ পণ লৈছে ৰোজলিনে৷ এনেদৰে সাহসী হৈ থাকি কেন্সাৰৰ যুঁজখন জিকি যাওঁক ৰোজলিন। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক