--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সাধাৰণ জনতাক মাধমাৰ শোধাই পুনৰ বৃদ্ধি হৈছে সামগ্ৰীৰ মূল্য৷ পুনৰ দামবৃদ্ধিৰ নামত ৰাইজৰ মূৰত ৰামটাঙোন শোধালে শাসনাধীস্থ বিজেপি চৰকাৰে৷ দেশত ৫ শতাংশৰ পৰা ১২ শতাংশলৈ বৃদ্ধি পালে জিএছটি৷ জিএছটি বৃদ্ধি পোৱা সামগ্ৰবোৰ হৈছে সাজ-পোছাক, জোতা আৰু সূতা৷ ইতিমধ্যে বৰ্ধিত প্ৰেট'ল-ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰী মূল্যই জৰ্জৰিত কৰি তুলিছিল ৷

পুনৰবাৰ আকাশলংঘী দামবৃদ্ধিৰে জনতাক মাধমাৰ শোধাইছে কেন্দ্ৰই৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতেই সৰ্বত্ৰে চৰ্চিত হৈছে চৰকাৰ৷ উল্লেখ্য যে, ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব বৰ্ধিত জিএছটিৰ নিৰিখ৷ ইয়াৰ পাছতেই কম দামত সাজ-পোছাক কিনাৰ পৰা বঞ্চিত হ’ব ক্ৰেতা৷

আৰ্থিক মন্দৱস্থাৰ সময়তে বিত্ত মন্ত্ৰ্যালয়ৰ এই নিৰ্দেশত মুৰে-কপালে হাত দিৱলগীয়া অৱস্থা হৈছে সাধাৰণ জনতাৰ৷ দামবৃদ্ধিৰ আশংকাই ভীতিগ্ৰস্ত কৰিছে সাধাৰণ জনতাক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?