--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে বৃহস্পতিবাৰে সকলো ৰাজ্যকে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ টেষ্ট-ট্ৰেক-ট্ৰিট-টিকাকৰণ আৰু ক’ভিড উপযুক্ত আচৰণৰ ৫গুণ কৌশলত মনোনিৱেশ কৰি যাবলৈ পৰামৰ্শ দিছে৷

কেন্দ্ৰীয় মন্ত্ৰালয়ে প্ৰদান কৰৰ অধিসূচনাত কোৱা হৈছে যে, "ক'ভিড-১৯ৰ প্ৰস্তুতি চাবলৈ আমি আৰু এটা মক ড্ৰিল কৰিম। শীঘ্ৰে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত মক ড্ৰিল কৰা হ'ব।" উল্লেখযোগ্য যে স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনা অনুসৰি দেশত মুঠ ২২০.৬৫ কোটিৰো অধিক ভেকচিন প্ৰদান কৰা হৈছে।

ভাৰতত ক’ভিড ১৯: কৰ'ণাৰ পৰিস্থিতি সন্দৰ্ভত উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

বিবৃতিটোত কোৱা হৈছে যে, "চিকিৎসালয়ত ভৰ্তি হোৱাৰ কোনো প্ৰমাণ পোৱা নাই। সাৱধানতাৰ মাত্ৰা বৃদ্ধি কৰিব লাগে। সকলো গুৰুতৰ তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ (ছাৰী) ৰোগীৰ লেবৰ চোৱাচিতা আৰু পৰীক্ষা বৃদ্ধি কৰাটো প্ৰয়োজন।"

কেৰালাত ক’ভিড-১৯ঃ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জৰ অধ্যক্ষতাত কৰ’না আক্ৰান্তৰ সংখ্যা ১০০০ অতিক্ৰম কৰাৰ লগে লগে বৈঠক অনুষ্ঠিত কৰি মাস্ক ব্যৱহাৰ কৰাটো বাঞ্ছনীয় কৰিছে৷

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাজ্যসমূহক স্বাস্থ্য সুবিধাসমূহৰ সকলো ঠাইতে ইনফ্লুৱেঞ্জা আৰু ক’ভিড ১৯ৰ বাবে প্ৰয়োজনীয় ঔষধ আৰু প্ৰয়োজনীয় সামগ্ৰীৰ উপলব্ধতা নিশ্চিত কৰিবলৈ অনুৰোধ জনাই৷ ইয়াৰ উপৰিও ৰাজ্যসমূহক পৰ্যাপ্ত নিৰ্দিষ্ট বিচনা আৰু স্বাস্থ্যকৰ্মীৰ উপলব্ধতা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰালয়ৰ কথা কোৱা হৈছে৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ