--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীত বৰ্ধিত ক'ৰোনাৰ ঘটনাই যথেষ্ট উদ্বেগ বৃদ্ধি কৰিছে। ছুপ্ৰীম কোৰ্ট বা উচ্চতম ন্যায়ালয়ে কৰ'নাৰ তীব্ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৩ জানুৱাৰীৰ পৰা দুসপ্তাহৰ বাবে ভাৰ্চুৱেল উপায়েৰে গোচৰৰ শুনানি দিয়াৰ সিদ্ধান্ত লৈছে। কৰ'না মহামাৰীৰ বাবে উচ্চতম ন্যায়ালয়ত শাৰীৰিক শুনানি প্ৰায় ডেৰ বছৰৰ বাবে বন্ধ আছিল। উচ্চতম ন্যায়ালয়ে যোৱা বছৰ অক্টোবৰত শাৰীৰিক শুনানি পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল। উকীলসকলে মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ সিদ্ধান্তত আনন্দ প্ৰকাশ কৰিছিল।

উচ্চতম ন্যায়ালয়ে অ'মিক্ৰনৰ বৰ্ধিত গোচৰৰ প্ৰতি লক্ষ্য ৰাখি ৩ জানুৱাৰীৰ পৰা দুসপ্তাহৰ বাবে ভাৰ্চুৱেল মোডত সকলো শুনানি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উচ্চতম ন্যায়ালয়ৰ প্ৰশাসনে দেওবাৰে সন্ধিয়া এটা বিজ্ঞপ্তি জাৰি কৰি ৰায়টো ঘোষণা কৰিছিল। বিজ্ঞপ্তিত কোৱা হৈছে যে কৰ'না আৰু অ'মিক্ৰনৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শাৰীৰিক শুনানি প্ৰক্ৰিয়া বৰ্তমানৰ বাবে স্থগিত থাকিব।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে কৈছে যে মহামাৰীৰ সময়ত নাগৰিকসকলক ন্যায় প্ৰদান কৰাত ভিডিঅ' কনফাৰেন্সৰ ব্যৱস্থা যথেষ্ট সফল হৈছে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ক ক'ৰোনা সংকটৰ সময়ত তেওঁলোকৰ নিজ নিজ আৰু অধীনস্থ আদালতত ভাৰ্চুৱেল শুনানিৰ বাবে নিয়ম প্ৰস্তুত কৰিবলৈ অনুমতি প্ৰদান কৰিছে।

আৰু পঢ়কঃ পাক প্ৰধানমন্ত্ৰীৰ প্ৰাক্তন পত্নীৰ গাড়ীলৈ গুলীচালনা! কঠোৰ সমালোচনা ইমৰান খানক


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন