--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিশ্বজুৰি আকৌ বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷ যাৰবাবে কঠোৰ প্ৰতিবন্ধকতা লগোৱাৰ সময় আহি আছে। জানিব পৰা মতে, তৃতীয় ঢৌ দ্বিতীয় ঢৌতকৈ ভাৰত বেছি সংক্ৰমণ হোৱাৰ আশংকা কৰা হৈছে। দক্ষিণ আফ্ৰিকাত অ’মিক্ৰনৰ প্ৰথমজন ৰোগীক চিনাক্ত কৰা হৈছিল। আনহাতে ভাৰততো সংক্ৰমিত হৈছে অ’মিক্ৰন। ইতিমধ্যে ১৭০০জনৰ দেহত ধৰা পৰিছে মাৰাত্মক ভাইৰাছবিধ৷ চিকিৎসাবিজ্ঞানৰ মতে, অ’মিক্ৰনৰ প্ৰভাৱ সামান্য৷ যদিও ইয়াক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰিব নোৱাৰি৷

অ’মিক্ৰন লাহে লাহে সমগ্ৰ বিশ্বতেই সংক্ৰমিত হৈ আছে৷ দ্ৰুতগতিত অ’মিক্ৰন বাঢ়িলে আকৌ লকডাউনৰ কৱলত পৰিব সমগ্ৰ বিশ্ব। সেয়েহে ক’ভিডৰ টিকাকৰণ কৰাটো আটাইতকৈ গুৰুত্বপূৰ্ণ৷ গতিকে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব আৰু ছেনিটাইজেশ্যন পদ্ধতি অনুসৰণ কৰিব লাগিব। নতুন বৰ্ষটো এইসমূহ ক’ভিড প্ৰট’ক’ল মানি চলিলেহে কৰ’না সংক্ৰমণ হ্ৰাস হ’ব৷

অ’মিক্ৰনৰ লক্ষণসমূহ এনেধৰণৰ-

  • মৃদু জ্বৰ
  • ডিঙিৰ বিষ
  • ঠাণ্ডা ভাব
  • হাঁচি
  • শৰীৰত অসহনীয় বিষ
  • ভাগৰ লগা
  • ৰাতি শুই থাকোঁতে ঘাম ওলোৱা
  • বমি আৰু ওকালি অহা
  • খোৱাৰ মন নোহোৱা
  • ছালৰ সংক্ৰমণ ইত্যাদি

অৱশ্যে, যদি সংক্ৰমণকে ধৰি বাকী লক্ষণসমূহ ছালত দেখা দিয়ে, ই ক’ভিড ১৯ৰ লক্ষণ নহ’বও পাৰে। অৱশ্যে সন্দেহ থাকিলে প্ৰথমে ক’ভিড পৰীক্ষা কৰা উচিত। যদি ক’ভিড পৰীক্ষা কৰোতে পজিটিভ বুলি ধৰা পৰে, তেন্তে নিজকে আনৰ পৰা পৃথককৈ ৰাখক। আৰু পজিটিভ বুলি ধৰা পৰিলে অত্যধিক মাত্ৰাত টোপনি যাবলৈ চেষ্টা কৰক৷ লগতে খাদ্য নিয়মিতভাৱে গ্ৰহণ কৰক৷ আৰু অধিক প্ৰটিনযুক্ত খাদ্য গ্ৰহণ কৰক৷ যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন