--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দ্যা নিউজ ব্ৰ’ডকাষ্টিং এণ্ড ডিজিটেল ষ্টেণ্ডাৰ্ডছ অথ’ৰিটী, চমুকৈ এনবিডিএছএই জৰিমণা বিহিছে নিউজ১৮ ইণ্ডিয়া চেনেলটোক। অমন চোপ্ৰা নামৰ এগৰাকী এংকৰে আয়োজন কৰা এটা শ্ব’ৰ ভিত্তিত এই শাস্তি প্ৰদান কৰা হৈছে।

উল্লেখ্য যে কৰ্ণাটকৰ হিজাব নিষিদ্ধ কাণ্ডৰ সময়ছোৱাতে বিষয়টোক লৈ নিউজ চেনেলটোত এটা অনুষ্ঠান হৈছিল। ৮ এপ্ৰিলৰ সেই অনুষ্ঠানটোত এংকৰ অমন চোপ্ৰাই হিজাব সমৰ্থনকাৰীসকলক ‘হিজাবী গেং’ হিচাপে অভিহিত কৰিছিল।

কেৱল সেয়াই নহয়, হিজাব সমৰ্থনকাৰীসকলক ‘আল-কায়দা গেং’ হিচাপে আখ্যা দিয়া হৈছিল। কৰ্ণাটকৰ হিজাব কাণ্ডত আল কায়দাৰ হাত আছে বুলি ইয়াৰ দ্বাৰা অপপ্ৰচাৰ চলোৱা হৈছিল।

তাৰপাছতে এনবিডিএছএৰ ওপৰত আপত্তি প্ৰদৰ্শন কৰা হয়। অৱশেষত বুধবাৰে এনবিডিএছএই সমস্ত অভিযোগ বিচাৰ কৰি চেনেলটোৰ ওপৰত ৫০ হেজাৰ টকাৰ জৰিমণা বিহিছে। তদুপৰি সাত দিনৰ ভিতৰত উক্ত অনুষ্ঠানটো ৱেবচাইটৰ পৰা আঁতৰাবলৈও নিৰ্দেশ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক