--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১০ মে’ত কৰ্ণাটকত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন৷ মাজত মাথোঁ ৩টা দিন। কৰ্ণাটকত শাসক-বিৰোধীৰ প্ৰচাৰ অভিযান তুংগত উঠিছে৷ 

আজি কৰ্ণাটকৰ হুবালীত নিৰ্বাচনী সভাত অংশ লয় কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে। চাৰি বছৰৰ বিৰতিৰ পাছত ৰাজহুৱা সভাত অংশ ল’লে নেত্ৰীগৰাকীয়ে। নিৰ্বাচনী সভাত অংশ লৈ বিজেপিক তুলাধূনা ছোনিয়া গান্ধীৰ। বিজেপিৰ শাসনত কৰ্ণাটকত দুৰ্নীতি আৰু ঘৃণা বৃদ্ধি পোৱা বুলি মন্তব্য ছোনিয়া গান্ধীৰ। 

বিজেপিক অহংকাৰী দল আখ্যা দিয়ে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ছোনিয়া গান্ধীয়ে। বিজেপিয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহক অপব্যৱহাৰ কৰাৰো অভিযোগ তোলে গান্ধীয়ে। বিজেপিয়ে ভয় আৰু ভাবুকিৰে নিৰ্বাচনী বৈতৰণী পাৰ হ’ব খুজিছে বুলি মন্তব্য কৰে ছোনিয়া গান্ধীয়ে। 

জনসভাত ছোনিয়াৰ লগতে অংশ লয় ৰাহুল গান্ধী, কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেয়ো। ইয়াৰ পূৰ্বে ছিক্কৰিত আন এক জনসভা  সম্বোধন কৰিছিল ৰাহুল গান্ধীয়ে। য’ত শাসনাধিস্থিত বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰিছিল কংগ্ৰেছ নেতাগৰাকীয়ে। ৪০ শতাংশ কমিছনৰাজৰ প্ৰসংগৰে বিজেপিক তুলাধূনা দিছিল ৰাহুল গান্ধীৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে