--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাণী মুখাৰ্জীৰ কন্যা আদিৰা চোপ্ৰা। ৰাণীয়ে জনসাধাৰণৰ চকুৰ আঁৰত নিজৰ কন্যাক ডাঙৰ-দীঘল কৰিছে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে ৰাণীৰ কন্যা আদিৰাক লৈ নিজৰ চিন্তাৰ কথা কয়।

শেহতীয়া ছবি ‘মিচেছ চেটাৰ্জী বনাম নৰৱে’ৰ প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে ৰাণীয়ে। ছবিখনৰ উপৰিও অভিনেত্ৰীগৰাকীয়ে কৰীনা কাপুৰ খানৰ স’তে হোৱা এটা প্ৰচাৰমূলক অনুষ্ঠানত মাতৃত্বৰ বিষয়ে মুকলি আড্ডা মাৰিছিল। ৰাণীয়ে ক’লে, “মাতৃ হোৱাৰ পিছত যিকোনো নাৰীৰ পৰিৱৰ্তন ঘটে। আচলতে আদিৰাৰ জন্ম নিৰ্ধাৰিত সময়ৰ দুমাহ আগতেই হৈছিল। সেই সময়ত তাইক ২৪ ঘণ্টীয়া পৰ্যবেক্ষণৰ অধীনত ৰখা হৈছিল।''

কন্যাৰ সৈতে থকা সেই কঠিন সময়খিনিৰ কথা মনত পেলাই ৰাণীয়ে কয়, ''আচলতে তাইৰ শৰীৰটোও আন শিশুৰ তুলনাত অতি সৰু আছিল। সেয়ে তেওঁক স্পৰ্শ কৰিবলৈ ভয় লাগিছিল। সেই সময়ছোৱাত প্ৰতিটো দিন মোৰ উদ্বিগ্নতাত পাৰ হৈছিল।’’

'মৰ্দানী ২'ৰ পিছত ৰাণীয়ে যথেষ্ট বিৰতি লৈছিল। 'মিচেছ চেটাৰ্জী বনাম নৰৱে' ছবিত ৰাণীৰ অভিনয়ক দৰ্শক আৰু সমালোচকে যথেষ্ট শলাগিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ