--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডে্স্কঃ বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱ  এটি কন্যা সন্তানৰ পিতৃ হৈছে ।তেজস্বীৰ পত্নী  ৰাজশ্ৰী যাদৱে আজি এটি কন্যা সন্তানৰ জন্ম দিয়ে৷  উপ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত নৱজাতকৰ সৈতে তেওঁৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে, 'ঈশ্বৰ সন্তুষ্ট হৈছে আৰু এজনী কন্যাৰ ৰূপত আমালৈ  এটা উপহাৰ প্ৰেৰণ কৰিছে৷' 

যাদৱৰ ভগ্নী ৰোহিনী আচাৰ্যয়ো  কয় যে তেওঁলোকৰ ঘৰলৈ 'ভগৱানৰ দূত'ৰ ৰূপত এজন নতুন অতিথি আহিছে৷ পিতৃ হোৱা তেজস্বীক আজি আম আদমী পাৰ্টিৰ (আপ) মুৰব্বী অৰবিন্দ কেজৰিৱালে তেজস্বী যাদৱক প্ৰথম অভিনন্দন জনায়।কেজৰিৱালে কয়  'মাতা ৰাণীৰ এই আশীৰ্বাদৰ বাবে আপোনাক আৰু আপোনাৰ সমগ্ৰ পৰিয়ালক  বহুত অভিনন্দন জনাইছো ’’।

  ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) নেতাজনে তেওঁৰ দীৰ্ঘদিনীয়া বান্ধৱী  ৰাচেল গডিনহোৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ ৰাচেল গডিনহোক এতিয়া সকলোৱে  ৰাজেশ্বৰী যাদৱ বুলি জানে। হিন্দু ৰীতি-নীতি অনুসৰি ২০২১ চনৰ ডিচেম্বৰ মাহত তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল৷  ৰাজশ্ৰী আৰু তেজস্বীয়ে নতুন দিল্লীৰ আৰ কে পুৰমৰ ডিপিএছ বিদ্যালয়ত একেলগে অধ্যয়ন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement