--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোহলী বা ৰোহিত নহয়! ২০২৩ৰ এদিনীয়া বিশ্বকাপত জুই জ্বলাব পৰা তাৰকাগৰাকী পাকিস্তানৰহে! এইদৰে মন্তব্য আগবঢ়াইছে গৌতম গম্ভীৰে।

শেহতীয়াকৈ ভাৰতৰ প্ৰাক্তন খেলুৱৈ গৌতম গম্ভীয়ে আগন্তুক আই চি চি বিশ্বকাপ ২০২৩ত জুই লগাব পৰা খেলুৱৈৰ নাম উল্লেখ কৰিছে।

আগন্তুক প্ৰতিযোগিতাখনত জুই লগাব পৰা তাৰকা কোন হিচাপে বিৰাট কোহলী, ৰোহিত শৰ্মা, ষ্টিভ স্মিথ, বাবাৰ, কেন উইলিয়ামছন, জো ৰুট, ডেভিদ ৱাৰ্নাৰৰ মাজৰ এজন খেলুৱৈক বাছি ল’বলৈ কোৱা হৈছিল।

“মই বাবৰ আজমৰ নাম ক’ম। তেওঁৰ সেই সকলোবোৰ গুণ আছে যিয়ে বিশ্বকাপত জুই জ্বলাই দিব পাৰে। মই জানো বিৰাট কোহলী, ৰোহিত শৰ্মা, কেন উইলিয়ামছন আৰু ডেভিদ ৱাৰ্নাৰ আছে কিন্তু বাবৰ আজমৰ গুণগত মান বেলেগ।’-ষ্টাৰ স্প’ৰ্টছক গম্ভীৰে এইদৰে কয়।

বাবাৰক শেষবাৰৰ বাবে এছিয়া কাপ ২০২৩ৰ সময়ত একচনত দেখা গৈছিল।নেপালৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল যদিও ভাৰতৰ সৈতে হোৱা প্ৰতিদ্বন্দ্বিতাত তেওঁ ব্যৰ্থ হৈছিল। ভাৰতত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত তেওঁ প্ৰদৰ্শন কৰিবলৈ আগ্ৰহী হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ