--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • মাতিনুৰ শ্বেখ (২৩) নামৰ যুৱকগৰাকীৰ পত্নী অঞ্জুমা বেগম(২০) আজি পিতৃগৃহলৈ গুচি যায় ।

ডিজিটেল ডেস্কঃ কোকৰাঝাৰত সংঘটিত হৈছে আজৱ ঘটনা । পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্মহত্যাৰ প্ৰচেষ্টা । কোকৰাঝাৰ জয়পুৰৰ মাতিনুৰ শ্বেখ (২৩) নামৰ যুৱকগৰাকীৰ পত্নী অঞ্জুমা বেগম(২০) আজি পিতৃগৃহলৈ গুচি যায় ।


ইয়াতেই হতাশ হৈ মাতিনুৰ শ্বেখ আত্মহত্যাৰ বাবে জয়পুৰৰ জেজেএমৰ পানী টেংকীত উঠে। স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি হুলস্থুল লগায় আৰু আৰক্ষীক খবৰ দিয়ে ।


ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱকগৰাকীক উদ্ধাৰ কৰে । যুৱকগৰাকীক কাউন্সিলিং কৰা হ'ব বুলি দণ্ডাধীশে সদৰী কৰি বিয়ষটো পাৰিবাৰিক বুলি মন্তব্য কৰিছে।


স্থানীয় গাঁওবুঢ়াই কি কাৰণত যুৱকগৰাকীৰ পত্নী পিতৃ গৃহলৈ গুচি গৈছে সেয়া তেওঁলোকেহে জানিব বুলি মন্তব্য কৰিছে।


যুৱকগৰাকী নিচাসক্ত বুলিও একাংশই সন্দেহ কৰে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ