--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিডনী বা বৃক্ক শৰীৰৰ অতি গুৰুত্বপূৰ্ণ অংশ। সেয়ে বৃক্ক সুস্থ কৰি ৰখাটো অতি প্ৰয়োজনীয়।কিন্তু কিছুমান কথাই বৃক্ক দুৰ্বল কৰি তোলে। যাৰ বাবে বহুতো ৰোগে আপোনাক আক্ৰান্ত কৰিব পাৰে। এনে পৰিস্থিতিত আপুনি আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগে।হয়, কিছুমান খাদ্য আছে যিয়ে আপোনাৰ বৃক্ক বাৰ্ধক্যৰ সৃষ্টি কৰে।

মনত ৰাখিবলগীয়া কথা

১) চোডাত থকা ফছফৰাছে আপোনাৰ বৃক্কক ক্ষতিগ্ৰস্ত কৰি দুৰ্বল কৰি তোলে। কিছুমান মানুহে দৈনিক চোডা সেৱন কৰে, কিন্তু তেনে কৰিলে আপোনাৰ বৃক্কৰ ক্ষতি হ’ব পাৰে।

২) যদি আপোনাৰ বৃক্কৰ সমস্যা আছে তেন্তে আপুনি এভোকেডো খাব নালাগে। কাৰণ ইয়াত অতি বেছি পৰিমাণৰ পটাছিয়াম থাকে যিয়ে বৃক্কৰ ক্ষতি কৰে।

৩) বেছিভাগ মানুহেই ভজা খাদ্য খাবলৈ ভাল পায়, কিন্তু আপুনি জানেনে যে ভজা বস্তু খালে আপোনাৰ স্বাস্থ্য নষ্ট হ’ব পাৰে। এনে পৰিস্থিতিত যদি আপুনিও দৈনিক ভজা বস্তু সেৱন কৰে, তেন্তে আজিয়েই এই অভ্যাস ত্যাগ কৰক।

৪) মানুহে পিজ্জা বহুত খাই ভাল পায়।কিন্তু আপুনি জানেনে যে পিজ্জা খোৱাটোৱে আপোনাৰ স্বাস্থ্যৰ ওপৰত ক্ষতি কৰিব পাৰে। হয়, পিজ্জা খালে আপোনাৰ বৃক্কৰ ক্ষতি হ’ব পাৰে।

৫) মদ্যপান কৰিলে আপোনাৰ বৃক্কৰ ক্ষতি হয়, গতিকে ইয়াক সেৱন নকৰিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক