--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰায়ে মানুহে জানিব বিচাৰে কোনবোৰ লোকৰ মগজু আটাইতকৈ বেছি দ্ৰুত। কোনজন মানুহ আটাইতকৈ বেছি চতুৰ? বেছিভাগেই আপুনি নিশ্চয় পৰিয়ালৰ সদস্যসকলে এই বিষয়ে কোৱা শুনিছে। আজি আমি আপোনালোকক জনাম যে কোনজন ব্লাড গ্ৰুপৰ লোকৰ মগজু আটাইতকৈ বেছি দ্ৰুত আৰু তেওঁলোক স্বভাৱগতভাৱে চতুৰ।

 হয়, তেজৰ গ্ৰুপ অনুসৰি শৰীৰৰ গঠন অলপ বেলেগ হয় আৰু ই আপোনাৰ শৰীৰ লগতে মন আৰু অন্য অংগবোৰতো প্ৰভাৱ পেলায়। কিন্তু কোনটো ব্লাড গ্ৰুপৰ মানুহ বেছি বুদ্ধিমান আৰু উচ্চ চিন্তা শক্তিসম্পন্ন হয় জানো আহক।

 কোন ব্লাড গ্ৰুপৰ লোকৰ মগজু বেছি দ্ৰুত?

১. B+ তেজৰ গোটঃ-কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত ব্লাড গ্ৰুপৰ ওপৰত এক গৱেষণা কৰা হৈছিল, যত দেখা গৈছিল যে সকলো ব্লাড গ্ৰুপৰ ভিতৰত ‘বি পজিটিভ ব্লাড গ্ৰুপ থকা লোকৰ মগজু আটাইতকৈ বেছি দ্ৰুত। এই গৱেষণাত কোৱা হৈছিল যে বি পজিটিভ ব্লাড গ্ৰুপৰ লোকৰ চিন্তাশক্তি আন লোকৰ তুলনাত উচ্চ। যিসকল লোকৰ ব্লাড গ্ৰুপ ‘বি’ পজিটিভ, তেওঁলোকৰ মগজুত পেৰিটনিয়াল আৰু টেম্পৰেল লোবৰ মস্তিষ্ক অধিক সক্ৰিয় হয়, যাৰ ফলত তেওঁলোকৰ স্মৃতিশক্তি চোকা হয় আৰু মগজু সক্ৰিয় হৈ থাকে।

 ২. O+ তেজৰ গোটঃ-‘O’ পজিটিভ ব্লাড গ্ৰুপ থকা লোক দ্বিতীয় নম্বৰত আহে। এইসকল লোকৰ মগজু বৰ চোকা। এই ব্লাড গ্ৰুপৰ লোকৰ ৰক্ত সঞ্চালন আন লোকতকৈ ভাল শক্তিশালী। এওঁলোকৰ মগজুত অক্সিজেনৰ প্ৰবাহ ভাল হয় বাবে স্মৃতিশক্তি ভাল হয়। ‘O positive’ লোকৰ মগজুত Cerebrum অধিক সক্ৰিয় হয়।

 গৱেষণাই কি কয়?

কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে তেজৰ গ্ৰুপৰ সন্দৰ্ভত এই গৱেষণা কৰিছিল। ইয়াত সকলো তেজৰ গোটৰ ৬৯জনৰ ওপৰত অধ্যয়ন কৰা হৈছিল। এই লোকসকলৰ তেজৰ নমুনা লৈ গৱেষণা কৰি মানুহৰ মগজুৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হৈছিল। এই গৱেষণাত দেখা গল যে ‘বি পজিটিভ আৰু ‘অ পজিটিভ ৰক্ত গ্ৰুপৰ লোকৰ মগজু আনতকৈ বেছি দ্ৰুত তথা উচ্চ চিন্তা শক্তিসম্পন্ন।




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ