--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ভাৰত বায়’টেকৰ দ্বাৰা প্ৰস্তুত ভেকচিন কোভাক্সিনে এতিয়াও লাভ কৰা নই বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন। ইউৰোপীয় দেশসমূহেও কোভাক্সিনক স্বীকৃতি প্ৰদান কৰা নাই। ফলত বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত কোভাক্সিন গ্ৰহণ কৰা ভাৰতীয় নাগৰিকসকলে বাধাৰ সন্মুখীন হৈ আহিছে।

অৱশ্যেই ভাৰত বায়’টেকে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা অনুমোদন লাভৰ বাবে চেষ্টা অব্যাহত ৰাখিছিল। বিগত জুলাই মাহতে প্ৰতিষ্ঠানটোৱে যাৱতীয় নথিপত্ৰ জমা দিছিল বিশ্ব স্বাস্থ্য সংস্থাৰ হাতত। জুলাই মাহৰ ৯ তাৰিখে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী সৌম্য স্বামীনাথনে চাৰিৰ পৰা ছয় সপ্তাহৰ ভিতৰত কোভাক্সিনে অনুমোদন লাভ কৰাৰ সম্ভাৱনীয়তাৰ কথা ব্যক্ত কৰিছিল।


যি নহওঁক, এতিয়া বিশ্বস্ত এক সূত্ৰৰ পৰ জানিব পৰা মতে কোভাক্সিনে যাৱতীয় অনুমোদন লাভ কৰাৰ বাবে আৰু বেছি দিন অপেক্ষা কৰিবলগীয়া নহ’ব দেশবাসীয়ে।সকলো ঠিকে থাকিলে চলিত সপ্তাহতেই এই অনুমোদন লাভৰ সম্ভাৱনা প্ৰবল।উল্লেখ্য যে পৰীক্ষণৰ সময়ত কোভাক্সিন লক্ষণযুক্ত ৰোগীৰ ক্ষেত্ৰত ৭৭.৮ শতাংশ, লক্ষণহীন ৰোগীৰ ক্ষেত্ৰত ৬৩ শতাংশ আৰু ডেল্টা ভেৰিয়েণ্ট প্ৰতিৰোধৰ ক্ষেত্ৰত ৬৫ শতাংশ কাৰ্যক্ষম বুলি প্ৰমাণিত হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক