--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতে কভি'ড ১৯ প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত দৈনিক নতুন নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ভাৰতত এতিয়ালৈকে ৭০ কোটিৰো অধিক লোকক ক'ভিডৰ ভেকচিন প্ৰদান কৰা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বিগত দিনকেইটাত দ্ৰত গতিত কভি'ড ১৯ ৰ বিৰুদ্ধে চলি থকা টিকাকৰণ অভিযানক প্ৰশংসা কৰে।কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডভিয়াই টুইটযোগে দেশৰ সকলো স্বাস্থ্যকৰ্মীক এই সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে।
উল্লেখ্য যে সোমবাৰে, ভাৰতে ১.১৩ কোটিৰো অধিক পালি ভেকচিন প্ৰদান কৰিছে। যোৱা ১১টা দিনত ৩বাৰকৈ দৈনিক ১ কোটি পালি ভেকচিন প্ৰদানৰ সীমা অতিক্ৰম কৰাৰ কৃতিত্ব অৰ্জন কৰিছে দেশে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে টিকাকৰণ অভিযানৰ সামগ্ৰিক বৰ্ণনা দি কয় যে ভাৰতে বিগত ৮৫ দিনত সৰ্বমুঠ ১০ কোটি পালি ভেকচিন প্ৰদান কৰে।স্বাস্থ্য বিভাগৰ এই সাফল্যই নিসন্দেহে দেশবাসীৰ বাবে কিছু আশাৰ বতৰা কড়িয়াই আনিছে।ই অনাগত দিনত দেশৰ বাবে ক'ভিডবিৰোধী ৰণখন অধিক সহজ কৰি তুলিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ