--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এগৰাকী কৃষকৰ কন্যাই কেন্দ্ৰীয় লোকসেৱা আয়োগত সফলতা অৰ্জন কৰি কঢ়িয়াই আনিলে গৌৰৱ৷ আত্মবিশ্বাস, একাগ্ৰতা আৰু অধ্যয়নৰ বাবেই কৃষক কন্যা তপস্যা পৰিহাৰে কঢ়িয়াই আনিবলৈ সক্ষম হয় এই সফলতা৷ কোনোধৰণৰ ক’চিঙৰ সহায় নোহোৱাকৈ কেন্দ্ৰীয় লোকসেৱাৰ দ্বাৰা আয়োজিত ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱাৰ পাছতেই প্ৰশংসা বুটলিবলৈ সক্ষম হয় তপস্যাই৷ বিলাসী জীৱনৰ পৰিৱৰ্তে কৃষক কন্যা তপস্যাই অতিবাহিত কৰিছিল অতি সাধাৰণ জীৱনশৈলী৷

কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা অধ্যায়ন কৰিছিল সমাপ্ত কৰিছিল স্কুলীয়া শিক্ষা৷ তাৰ পাছত পুনেৰ ইণ্ডিয়ান ল ছ’চাইটীৰ ল কলেজত আইনৰ শিক্ষাগ্ৰহণ কৰিছিল৷ প্ৰথমবাৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত বিমুখ হৈছিল তপস্যা৷ কিন্তু তেওঁৰ সংকল্প আছিল সুদৃঢ়৷ কেতিশাও হাৰ নমানৰ প্ৰতিশ্ৰুতিৰে আগবাঢ়ি গৈছিল মেধাৱী ছাত্ৰীগীৰাকী৷ বেছিভাগ শিক্ষাৰ্থীয়ে ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিবলৈ প্ৰশিক্ষণৰ আশ্ৰয় লৈছে৷

যি হৈছে দেশৰ আটাইতকৈ কঠিন পৰীক্ষাবোৰৰ ভিতৰত এটা, আৰু তথাপি তেওঁলোকৰ ভিতৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ সংখ্যা নিচেই তাকৰ। কিন্তু ক’চিঙৰ অবিহনেই মধ্য প্ৰদেশৰ নৰসিংহপুৰৰ তপস্যা পৰিহাৰ সকলোকে আচম্বিত কৰি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হয়৷ তেওঁৰ আত্মবিশ্বাস, একাগ্ৰতা আৰু অধ্যয়নে সকলো সম্ভৱ কৰি তুলিলে৷ ফলত সৰ্বভাৰতীয়ত ২৩সংখ্যক স্থান লাভ কৰি এজন আইএএছ বিষয়া হিচাপে নিযুক্তি লাভ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন