--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মা ! ‘মা’- শব্দটো অকলেই এখন আকাশ, এক শান্তি৷ পৃথিৱীৰ আটাইতকৈ মৰমসনা শব্দটোৱেই হৈছে ‘মা’৷ ‘মা’ এটি মাথোঁ শব্দ নহয়, মা হৈছে মৰমৰ সাগৰ, ধৈৰ্যৰ ভঁৰাল, শক্তিৰ অন্য এক ৰূপ। কিন্তু যান্ত্ৰিকতাৰ গ্ৰাসত আজিৰ অধিক সংখ্যক সন্তানে পাহৰি গৈছে মাকক এষাৰি মৰমৰ মাত দিবলৈ। বয়স বাঢ়ি অহাৰ লগে-লগে সন্তানৰ বাবে পিতৃ-মাতৃ এক বোজা হৈ পৰে৷ ঘৰত সন্তান-বোৱাৰী অসহ্য মানসিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি পিতৃ-মাতৃ বৃদ্ধাশ্ৰমৰ কাষ চপা বহু ঘটনা আমাৰ দৃশ্যপটত ভাহি আহে৷


উত্তৰ প্ৰদেশৰ পিলিভিটত মাতৃকেন্দ্ৰিক এক আচৰিত ঘটনা পোহৰলৈ আহিছে। নিজ মাকক, যিয়ে তেওঁক ডাঙৰ-দীঘল কৰিছিল, তেওঁৰে বৰপুত্ৰই মাকক এটা অন্ধকাৰ কোঠাত ২০ দিন ধৰি বন্দী কৰি ৰাখিছিল। প্ৰায় ২০ দিন অতিক্ৰম কৰাৰ পাছত, চুবুৰীয়াসকলৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে বৃদ্ধ মহিলাগৰাকীক বন্ধ কোঠাৰ পৰা উলিয়াই জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। কিন্তু দুৰ্ভাগ্যৱশতঃ আজি পুৱা চিকিৎসালয়তে বৃদ্ধ মহিলাগৰাকীৰ মৃত্যু হয়।
দৰাচলতে, চহৰখনৰ মহল্লা দুবেৰৰ এটা চৰকাৰী আশ্ৰয় গৃহত মহিলাগৰাকীয়ে বাস কৰি আছিল। প্ৰায় ২০ দিন আগতে, মাতৃ লাল্লি দেৱীক তেওঁৰ পুত্ৰ পংকজে ঘৰত বন্দী কৰি ৰাখিছিল । ইয়াৰ মাজতে, বৃদ্ধ মাকৰ ভোক, পানীৰ তাড়নাত ছটফটাই কোঠাটোৰ ভিতৰতে মৃত্যু হয় মাতৃ গৰাকীৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন