--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মানুহৰ শৰীৰটো বহুতো পুষ্টিকৰ উপাদানৰে গঠিত। ইয়াৰে যিকোনো এবিধ পুষ্টিকৰ উপাদানৰ অভাৱ হ’লেই শৰীৰত বহুতো গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ মহিলাসকলে প্ৰায়ে ৰক্তহীনতাৰ দৰে বিপজ্জনক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। কিন্তু এই ক্ষেত্ৰত খাদ্য তালিকাৰ কিছু পৰিৱৰ্তন কৰিও আইৰণৰ অভাৱ দূৰ কৰিব পাৰি। সেয়েহে এই সম্পৰ্কে কিছু কথা বহলকৈ জানো আহক।

* শৰীৰত আইৰণৰ অভাৱত ভোগা লোকসকলে নিয়মিতভাৱে কাজু বাদাম সেৱন কৰিব লাগে। কাজুৰ পৰা কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হোৱাৰ কোনো আশংকা নাই আৰু আইৰণৰ অভাৱো দূৰ হয়।

* খাদ্য তালিকা মটৰ অন্তৰ্ভুক্ত কৰিও আইৰণৰ অভাৱ নিৰাময় কৰিব পাৰি। ১.৫ মিলিগ্ৰাম আইৰণ ১০০ গ্ৰাম মটৰত পোৱা যায়। সেয়েহে দৈনিক মটৰ খালেও শৰীৰে প্ৰয়োজনীয় পৰিমাণৰ আইৰণ লাভ কৰিব পাৰে।

* খাদ্য তালিকাত তিল অন্তৰ্ভুক্ত কৰিও ৰক্তহীনতা দূৰ কৰিব পাৰি। বগা তিলৰ তুলনাত ক’লা তিলত অধিক পৰিমাণে আইৰণ পোৱা যায়।

* শুকান ফলত আইৰণ প্ৰচুৰ পৰিমাণে পোৱা যায়। যদি আপুনি আইৰণৰ অভাৱ দূৰ কৰিব বিচাৰে তেন্তে দৈনিক কিচমিচ খাবলৈ আৰম্ভ কৰক। দৈনিক কিচমিচ খালেও ৰক্তহীনতা দূৰ হয় হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ