--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জ্যোতিষশাস্ত্ৰত মানুহৰ জীৱনৰ প্ৰতিকাৰৰ বিষয়ে বহু কথা উল্লেখ আছে। মানুহৰ কুণ্ডলীত চন্দ্ৰই প্ৰভাৱ পেলায়। যদি আপোনাৰ ৰাশিত দুৰ্বল চন্দ্ৰ থাকে, তেন্তে ঘৰৰ সুখ আৰু সমৃদ্ধি কম হ'বলৈ আৰম্ভ কৰে। জ্যোতিষশাস্ত্ৰত লিখা আছে চন্দ্ৰৰ লগত জড়িত প্ৰতিকাৰ, সেয়া প্ৰয়োগ কৰি আপুনি আপোনাৰ জীৱনটো সুখেৰে ভৰাই তুলিব পাৰে।

চন্দ্ৰ শক্তিশালী কৰাৰ উপায়

১) যদি আপুনি ৰাশিত চন্দ্ৰক শক্তিশালী কৰিব বিচাৰে তেন্তে গভীৰ নিশালৈকে জাগি নাথাকিব আৰু সোনকালে শুব। 

২) ঘৰ সাজোতে ইয়াৰ ভেটিত ৰূপৰ টুকুৰা এটাও দিব পাৰে। এনে কৰিলে লাভ হয়।

৩) পূৰ্ণিমাৰ দিনা ভগৱান শিৱক ক্ষীৰ অৰ্পণ কৰিব লাগে। আচলতে ভগৱান শিৱই শিৰত চন্দ্ৰক ধাৰণ কৰে, গতিকে তেওঁক পূজা কৰাটো প্ৰয়োজনীয়। ৰূপৰ অলংকাৰ পৰিধান কৰিও চন্দ্ৰক মজবুত কৰিব পাৰে।

৪) চন্দ্ৰৰ কু-প্ৰভাৱ নোহোৱা কৰিবলৈ চাউল, গাখীৰ, পনীৰ দৰে বগা আৰু জিলিকি থকা বস্তু দান কৰক। 

৫) সোমবাৰক ভগৱান শংকৰৰ পূজাৰ দিন বুলি গণ্য কৰা হয়। শিৱ শংকৰ চন্দ্ৰৰো আৰাধ্য দেৱতা। সেইবাবেই আপুনি সোমবাৰে ৯ গৰাকী ছোৱালীক ক্ষীৰ খুৱালে শুভ ফল পাব। যদি আপোনাৰ মাতৃৰ ফালৰ পৰা ককা, মামাই আপোনাক ৰূপৰ বাচন এটা উপহাৰ হিচাপে দিয়ে, তেন্তে চন্দ্ৰ আৰু শক্তিশালী হৈ পৰে।

৬) বটগছত জল অৰ্পণ কৰি চন্দ্ৰক মজবুত কৰিব পাৰে। 

৭) বগা মুকুতা পিন্ধিও জ্যোতিষৰ উপকাৰ লাভ কৰিব পাৰে। 

এইবোৰ ব্যৱস্থা কৰিলে চন্দ্ৰৰ আশীৰ্বাদ আপোনাৰ ওপৰত পৰিব আৰু আপুনি জীৱনত বহুত উন্নতি কৰিব পাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক