--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি প্ৰায়ে শৰীৰৰ বাকী অংশ ধুনীয়া কৰিবলৈ বহুত চেষ্টা কৰো কিন্তু নখৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাক প্ৰায়ে আওকাণ কৰো। নখে যিকোনো ব্যক্তিৰ ব্যক্তিত্ব প্ৰকাশ কৰে, গতিকে ইয়াৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা অতি গুৰুত্বপূৰ্ণ, কিন্তু হালধীয়া আৰু লেতেৰা নখ কেনেকৈ সহজে উজ্জ্বল কৰিব পাৰি জানেনে?

বহুতৰে নখ লেতেৰা হৈ হালধীয়া বৰণ ধৰিবলৈ ধৰে। আজি আমি আপোনালোকক সেই ব্যৱস্থাবোৰ ক'ম, যাৰ সহায়ত আপুনি এই সমস্যাৰ পৰা মুক্তি পাব পাৰে।

নখ পৰিষ্কাৰ কৰাৰ সহজ উপায়

1. কিছু সময় নেমুৰ ৰসত নখ ডুবাই তাৰ পিছত কোমল ব্ৰাছেৰে ঘঁহি মলি পৰিষ্কাৰ কৰিব, নখৰ জিলিকনি আচৰিত ধৰণৰ হব, কিন্তু মনত ৰাখিব যে নখৰ চাৰিওফালে থকা ছালখন যাতে কটা নহয়। হ'ব পাৰে তীব্ৰ জ্বলন অনুভূতি।

২) নহৰুৰ ভেঁকুৰ প্ৰতিৰোধী গুণে নখ পৰিষ্কাৰ কৰাত সহায় কৰে। ইয়াৰ বাবে নহৰুৰ পেষ্ট ব্যৱহাৰ কৰিব পাৰি।

৩) নেমুৰ ৰস আৰু নিমখ মিহলাই ব্ৰাছৰ সহায়ত নখত ঘঁহিলে নখৰ দাগ আঁতৰি যাব।

৪) নেমুৰ ৰস আৰু বেকিং চোডা মিহলাই নখত লগালে দাগ নাইকিয়া হয়।

৫) যদি আপুনি নখত হালধীয়া দাগ আঁতৰাবলৈ বগা ভিনেগাৰ ব্যৱহাৰ কৰে তেন্তে আপুনি আকাংক্ষিত ফলাফল পাব আৰু নখৰ জিলিকনিও বৃদ্ধি পাব।

৬) আমি দাঁত পৰিষ্কাৰ কৰিবলৈ টুথপেষ্ট ব্যৱহাৰ কৰো, কিন্তু ইয়াত থকা পেৰাক্সাইডে নখৰ দাগবোৰো আঁতৰাই পেলায় বুলি অতি কম সংখ্যক লোকেহে জানে।

৭) নাৰিকল তেল প্ৰায়ে চুলি আৰু ছালৰ বাবে ব্যৱহাৰ কৰা হয়, কিন্তু গৰম কৰি নখত মালিচ কৰিলে নিশ্চিতভাৱে উপকাৰ পাব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক