--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অহা ৭ আৰু ৮ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ চাৰিখন ৰাজ্য ভ্ৰমণৰ পৰিকল্পনা কৰিছে। অহা ৭-৮ জুলাইত চত্তীশগড়, উত্তৰ প্ৰদেশ, তেলেংগানা আৰু ৰাজস্থান ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ৩৬ ঘণ্টাৰ ভিতৰত প্ৰায় এক ডজন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।

চাৰিখন ৰাজ্য ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰায় ৫০ হাজাৰ কোটি টকাৰ প্ৰায় ৫০টা প্ৰকল্পও উপহাৰ দিব। তাৎপৰ্যপূৰ্ণভাৱে উত্তৰ প্ৰদেশৰ বাহিৰে বাকী তিনিখন ৰাজ্যত চলিত বৰ্ষৰ শেষৰ ফালে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব, গতিকে প্ৰধানমন্ত্ৰী মোদীৰ এই প্ৰস্তাৱিত ভ্ৰমণ বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ।

প্ৰধানমন্ত্ৰী মোদীয়ে চাৰিখন ৰাজ্যৰ পাঁচখন প্ৰধান চহৰ – ৰায়পুৰ (ছত্তীশগড়), গোৰখপুৰ (উত্তৰ প্ৰদেশ), বাৰাণসী (উত্তৰ প্ৰদেশ), ৱাৰংগাল (তেলেংগানা), বিকানেৰ (ৰাজস্থান)ত এক ডজন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, য’ত তেওঁ প্ৰকল্প উদ্বোধন কৰিব আৰু আধাৰশিলা স্থাপন কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ