--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লণ্ডনৰ ৰাজপথত পুত্ৰৰ সৈতে খোজ কাঢ়ি গৈ থকা দেখা গ’ল বিৰাট কোহলিক। টি-২০ বিশ্বকাপ জয় কৰাৰ পিছত লণ্ডনত ছুটী কটাই আছে। পত্নী অনুষ্কা শৰ্মা আৰু তেওঁলোকৰ সন্তানো আছে।

বিৰাটৰ এগৰাকী কন্যা আৰু এজন পুত্ৰ আছে। কন্যা ভামিকা ডাঙৰ। লণ্ডনত জন্মগ্ৰহণ কৰিছিল পুত্ৰ আকাই। চলিত বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীত জন্ম হৈছিল বিৰাটৰ কনিষ্ঠ সন্তান। অকয়াৰ জন্মৰ সময়ত অনুষ্কাৰ কাষত আছিল বিৰাট। তেওঁলোক লণ্ডনত আছিল। জন্মৰ পাঁচ মাহৰ পিছত ৰাজহুৱা স্থানত দেখা গ’ল অকায়ক। বিৰাট লণ্ডনৰ এখন ফুলৰ দোকানলৈ গ’ল পুত্ৰক কোলাত লৈ। তাৰ কাষতে আছিল পত্নী অনুষ্কা।

বাৰ্বাডোছত অনুষ্ঠিত বিশ্বকাপ জয় কৰি ঘৰলৈ উভতি আহে ভাৰতীয় দলটো। বিৰাটও ঘূৰি আহিছিল। দিল্লীত সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। মুম্বাইত তেওঁ গোটেই দলটোৰ সৈতে বাছেৰে যাত্ৰা কৰিছিল। ৱানখেদে ষ্টেডিয়ামত বিৰাটক সম্বৰ্ধনা জনোৱা হয়। ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে মুম্বাই এৰি পিছদিনা লণ্ডনলৈ উৰা মাৰে। তেওঁৰ পৰিয়ালটো আছিল লণ্ডনত। বিৰাটে পৰিয়ালৰ সৈতে তাতে ছুটী কটাব ধৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ