--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী ৰাখী সাৱন্তৰ মাতৃ জয়া বেদৰ মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে। তেওঁ মস্তিষ্কৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। জয়াক  মুম্বাইৰ টাটা মেম'ৰিয়েল হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। মাতৃৰ বিয়োগৰ পিছতে প্ৰাক্তন 'বিগ বছ' তাৰকা ৰাখী সাৱন্ত কান্দোনত ভাগি পৰাৰ দৃশ্যই সকলোৰে হূদয় চুই যায়৷  উন্নত  চিকিৎসাৰ পিছতো  জয়াক বচাব পৰা নগ'ল।

মাকৰ মৃত্যুৰ পিছ, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ স্বামী আদিল দুৰানীক বিচাৰি আছিল। তেওঁৰ বন্ধুসকলে তেওঁক চম্ভালিবলৈ চেষ্টা কৰি আছিল। কিন্তু  ৰাখীক যেন কোনেও শান্ত কৰিব পৰা নাছিল৷  কান্দি কান্দিয়েই ৰাখীয়ে ক’লে  ক'লে, "আদিল ক'ত আছে? কোনোবাই তেওঁক ফোন কৰা। "

ৰাখীয়ে ইতিমধ্যে তেওঁৰ মাকৰ সৈতে এটা পুৰণি ভিডিঅ' শ্বেয়াৰ কৰিছে। জয়াৰ মৃত্যুৰ আগৰ পৰিস্থিতি তাত দেখা গৈছে।  ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখীয়ে লিখিছিল, "মায়ে আৰু কেতিয়াও মোৰ মূৰত হাত থৈ মোক নিচুকাবলৈ নাহে। মই সকলো হেৰুৱাই পেলাইছো। মোৰ হেৰুৱাবলৈ আৰু একো বাকী নাই। এইবাৰ মই ক'লৈ যাম, মই কি কৰিম? মা, মই তোমাক বহুত ভাল পাওঁ... ৷উল্লেখ্য ৰাখীৰ মাতৃৰ মৃতদেহৰ  অন্তিম সংস্কাৰ দেওবাৰে সম্পন্ন কৰা হ'ব৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল