--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ কোটাত পুনৰ ছাত্ৰীৰ আত্মহত্যা। শিক্ষানগৰী কোটাত বছৰৰ প্ৰথম মাহতে দুগৰাকী ছাত্ৰই আত্মহত্যা কৰিছে। এইবাৰ আত্মহত্যা কৰিলে ৰাজস্থানৰ কোটাত আইআইটি জেইইৰ বাবে প্ৰস্তুতি চলাই থকা ১৮ বছৰীয়া নিহাৰিকাই। JEE Mains exam ২ দিনৰ পিছত হোৱাৰ কথা আছিল। পৰীক্ষাৰ দুদিন পূৰ্বে আত্মহনন কৰে মেধাৱী ছাত্ৰী নিহাৰীকাই। ছাত্ৰীগৰাকীৰ মৃত্যুত পৰিয়ালটো দুখত ভাগি পৰিছে। 

তিনি ভগ্নীৰ ভিতৰত নিহাৰিকা ডাঙৰ আছিল। দেউতাক বেংকৰ গানমেন আছিল। 

নিহাৰীকাৰ JEE Main পৰীক্ষা আছিল ৩০ জানুৱাৰীত। ছাত্ৰীগৰাকীৰ কোঠাৰ পৰা এখন ছুইচাইড নোট পোৱা গৈছে, য’ত তেওঁ পৰীক্ষাৰ চাপৰ কথা উল্লেখ কৰিছে।

আত্মহত্যাৰ আগে আগে ছাত্ৰীগৰাকীয়ে ছুইচাইড নোটত লিখিছিল, ‘‘মা-দেউতা, মই JEE কৰিব নোৱাৰো, সেইবাবেই মই আত্মহত্যা কৰিছো, মই পৰাজিত, মই আটাইতকৈ বেয়া ছোৱালী, ক্ষমা কৰিবা মা-দেউতা... আত্মহত্যাই মোৰ বাবে শেষ বিকল্প।’’

উল্লেখ্য যে মাত্ৰ এসপ্তাহৰ আগতে শিক্ষানগৰী নামেৰে পৰিচিত কোটাত NEETৰ বাবে প্ৰস্তুতি চলাই থকা এজন ছাত্ৰই ফাঁচী লগাই আত্মহত্যা কৰিছিল। ছাত্ৰজনৰ বয়স আছিল ১৭ৰ পৰা ১৮ বছৰ। মৃত ছাত্ৰজন ইউ পিৰ মোৰাদাবাদ জিলাৰ বাসিন্দা আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক