--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জনপ্ৰিয় ফুড দেলিভাৰী কোম্পানী ছুইগীয়ে মহিলা সকলৰ সুবিধাৰ প্ৰতি বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ছুইগীৰ পদক্ষেপক সকলোৱে একমুখে প্ৰশংসা কৰিছে। মহিলা কৰ্মচাৰীসকলে ঋতুস্ৰাৱৰ দিনত যিমান সমস্যাৰ সন্মুখীন হ'লেও কাম কৰিব লগা হয় কাৰণ ঋতুস্ৰাৱৰ দিন বুলি কোনো মহিলাই ছুটী নাপায় বা ছুটীৰ বাবে আবেদন কৰিব নোৱাৰে। এইকেইটা দিনত ভিন্ন সমস্যা লগত লৈয়ে কাম কৰিব লগা হয় মহিলা কৰ্মচাৰীসকলে।

ছুইগীয়ে এই ক্ষেত্ৰত এক নজিৰ সৃষ্টি কৰিলে। ছুইগীৰ মহিলা কৰ্মচাৰীৰ বাবে মাহেকীয়াৰ দিন কেইটাত তেওঁলোকৰ বাবে এক বিশেষ বন্ধৰ (Swiggy Women Period Leave) ঘোষণা কৰিছে কোম্পানীটোৱে। ছুইগীয়ে মহিলা কৰ্মচাৰীসকলক বিশেষ অসুবিধাৰ পৰা সকাহ দিবলৈ এই ঋতুকালীন বন্ধ আৰম্ভ কৰিছে।

কোম্পানীটোৱে ঘোষণা কৰিছে যে কৰ্মচাৰীসকলক ঋতুস্ৰাৱৰ সময়ত 'কোনো প্ৰশ্ন নোহোৱাকৈ' দুদিনৰ বাবে ছুটি দিয়া হ'ব। ছুইগীয়ে কয় যে "এই পদক্ষেপটো মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি লোৱা হৈছে। মহিলাসকলৰ
স্বাস্থ্যই যদি সুৰক্ষিত নহয় তেন্তে এখন ঘৰ বা এটা প্ৰতিষ্ঠান কেনেকৈ সুৰক্ষিত হ'ব, গতিকে মহিলাসকলৰ শৰীৰ আৰু স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব হোৱা উচিত।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক