--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাতৃত্ব অৰ্জন কৰাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে কেমেৰাৰ আগত ধৰা দিলে আলিয়া ভাটে৷ যোৱা ৬ নৱেম্বৰত আলিয়া-ৰণবীৰৰ সংসাৰলৈ এটি কন্যা সন্তানৰ আগমণ ঘটিছে৷ তাৰপাছৰে পৰা কেমেৰাৰ পৰা আঁতৰি আছে আলিয়া৷

অৱশেষত শেহতীয়াকৈ ভগ্নী শাহিন ভাটৰ জন্মদিনলৈ আহি কেমেৰাৰ আগত ধৰা দিলে আলিয়াই৷ মাক চ’নী ৰাজদানৰ লগত আলিয়াই নীলা ৰঙৰ জিনচ আৰু ক’লা টি-চাৰ্ট পিন্ধি সাধাৰণ এজনী যুৱতীৰ দৰেই ফটো উঠে৷

আলিয়াক সন্মুখত পাই পাপাৰাজ্জীসকল আনন্দিত হৈ পৰে৷ কেইবাজনো পাপাৰাজ্জীয়ে আলিয়াক শুভেচ্ছাও জনায় আৰু কন্যাসন্তানৰ খবৰ লয়৷ ঘৰলৈ নতুন সদস্য অহাৰ পাছৰে সাংসাৰিক ব্যস্ততা বাঢ়িছে আলিয়াৰ৷ সলনি হৈছে জীৱনধাৰণ৷ মাক হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে আলিয়াই ৰাজহুৱা ভুমুকি মৰাৰ ফটোসমূহে তাকেই কৈছে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক