--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ অভিনেত্ৰী কৰীনা কাপুৰ খানৰ‌ অনুৰাগীৰ অভাৱ নাই। আজি তেওঁ বলীউডৰ অন্যতম শীৰ্ষ ৰেটিং অভিনেত্ৰী। ২০০০ চনত নিজৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰা কৰীনাই এই ২২ বছৰত বিপুল অনুৰাগী অনুগামী লাভ কৰিবলৈ সক্ষম হৈছে। আমোদজনক কথাটো হ’ল অনুৰাগীৰ উপৰিও বলীউডৰ চেলিব্ৰিটিসকলেও কৰীনা ক্ৰাছ হয় বুলিও উল্লেখ কৰে। কিন্তু আচল প্ৰশ্নটো হ’ল কৰীনাৰ ক্ৰাছ কোন আছিল? হয়, কৰীনা কাপুৰে এবাৰ নিজৰ ক্ৰাছৰ কথা মুকলিকৈ কৈছে। 

হিন্দুস্তান টাইমছৰ এক বাতৰি অনুসৰি কৰীনা কাপুৰ খানে এজন অভিনেতাৰ ওপৰত ক্ৰাছ থকাৰ কথা মুকলিকৈ কয় আৰু তেওঁৰ ছবি কেনেকৈ ৮ বাৰ চাইছিল সেই কথা প্ৰকাশ কৰে। এবাৰ ডান্স ৰিয়েলিটি টিভি শ্ব’ ডান্স ইণ্ডিয়া ডান্সত যেতিয়া শ্ব’টোৰ আয়োজক কৰণ ৱাহীয়ে অভিনেত্ৰীগৰাকীক তেওঁৰ প্ৰথম ক্ৰাছৰ নাম প্ৰকাশ কৰিবলৈ কয়, তেতিয়া কৰীনাই কয় যে তেওঁৰ প্ৰথম ক্ৰাছ আছিল ৰাহুল ৰয়। ইয়াৰ সমান্তৰালকৈ কৰীনাই তেওঁৰ বিখ্যাত ছবি আশিকী (১৯৯০) ৮ বাৰ চোৱাৰ কথাও প্ৰকাশ কৰে।

বৰ্তমান কৰীনাৰ  ছাইফ আলী খানৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। ২০১২ চনৰ ১৬ অক্টোবৰত দুয়োৰে বিবাহ হয়। দুয়োৰে দুজন পুত্ৰ টাইমুৰ আৰু জাহাংগীৰ আলী খান।

১৯৯০ চনত মুক্তি পাইছিল আচিকি। এইখন সংগীতৰ ৰোমাঞ্চ নাট্য ছবি, যাৰ পৰিচালক মহেশ ভট্টৰ। ছবিখনত মুখ্য চৰিত্ৰত দেখা গৈছিল ৰাহুল ৰয় আৰু অনু আগৰৱালাক। এই ছবিখন সেই সময়ত বক্স অফিচত ছুপাৰহিট ছবি হিচাপে প্ৰমাণিত হৈছিল। ২০১৫ চনত বলীউডৰ নতুন চেলিব্ৰিটিৰ সৈতে ‘আশিকি ২’ ছবিখন নিৰ্মাণ কৰা হৈছিল। মানুহেও এই ছবিখন বহুত ভাল পাইছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক