--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড এৰিনাত একাধিক অভিনেত্ৰীৰ লাস্যময়ী ৰূপত ক্লীন ব’ল্ড হৈ যায় লাখ লাখ অনুৰাগী। কিন্তু নিজৰ হটনেছেৰে অনুৰাগীক বলিয়া কৰি তোলাৰ ক্ষমতা ৰাখে অভিনেত্ৰী মালাইকা অৰোৰাই। বয়স বাঢ়িলেও সাইলাখ ২০বছৰীয়া যুৱতীৰ দৰে নিজকে টঙাই ৰাখিছে মালাইকাই। ফিটনেছেৰে ৰূপৱতী হৈ পৰা অভিনেত্ৰীগৰাকীৰ শৰীৰৰ ভাঁজে মন হৰিছে অনুৰাগীৰ। ইয়াৰোপৰি মালাইকাতকৈ ১০বছৰ সৰু অৰ্জুন কাপুৰৰ সৈতে সম্পৰ্কৰ বাবে প্ৰায়ে ছ'চিয়েল মিডিয়াৰ লাইম লাইটত থাকে তেওঁ। শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীৰ এটা ইনষ্টাগ্ৰাম পোষ্ট ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। অভিনেত্ৰী মালাইকা অৰোৰা বৰ্তমান চান ফ্ৰান্সিস্কোত আছে। তাৰ পৰাই এটা ভিডিঅ' পোষ্ট কৰিছে মালাইকাই আৰু এই ভিডিঅ’টোৱে এতিয়া টোপনি হৰিছে অনুৰাগীৰ। ভিডিঅ'টো শোৱনি কোঠাত নিৰ্মাণ কৰিছিল মালাইকাই নিজে। ভাইৰেল ভিডিঅ'টোত, অভিনেত্ৰীগৰাকীক পাতল গাউন পিন্ধা দেখা গৈছে। তাৰ পাছত তেওঁ চকীখনত উঠি আগলৈ আউজী দিয়ে আৰু লাস্যময়ী ভংগীত লিৰিকি বিদাৰি বান্ধিছে চুলিৰ খোপা। পাতল দীপ কাট গাউনত স্পষ্ট হৈ পৰিছে মালাইকাৰ বক্ষযুগলৰ একাংশ। এই ব’ল্ড ভিডিঅ'টো অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰামত পোষ্ট কৰাৰ পাছতে ব্যাপকভাবে ভাইৰেল হৈ পৰিছে। ইয়াৰোপৰি, সম্প্ৰতি অভিনেত্ৰীগৰাকীয়ে এখন মেগাজিনৰ বাবে ফটোশ্বুট কৰিছে।মেগাজিনৰ ক’ভাৰ ফটোখন অলপতে তেওঁ শ্বেয়াৰ কৰিছিল। হেলো মেগাজিনৰ বাবে ফটোশ্বুট কৰিছে মালাইকাই।ফটোখন ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ পাছতে লাইক,কমেণ্টৰ বন্যা বৈ গৈছে। উল্লেখ্য যে, মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰে ২০১৮চনৰ পৰাই প্ৰেমৰ সম্পৰ্কত আছে। ইয়াৰপূৰ্বে আৰবাজ খানৰ সৈতে ১৯বছৰীয়া বিবাহিত জীৱনো কটোৱা মালাইকাৰ আছে ১৮বছৰীয়া পুত্ৰ সন্তান। সম্প্ৰতি, তেওঁ অভিনেত্ৰীগৰাকীয়ে বিখ্যাত ৰিয়েলিটী শ্ব ‘ইণ্ডিয়ান বেষ্ট ডান্সাৰ’ৰ বিচাৰক হিচাপে কাম কৰি আছে।   PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক