--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ গ্লেমাৰ জগত আৰু বিভিন্ন ধৰণৰ সম্পৰ্কৰ বিতৰ্ক একেটা মুদ্ৰাৰে যেন ইপিঠি-সিপিঠি। ইয়াৰ মাজতে কেতিয়াবা বিভিন্ন সম্পৰ্কৰ গুঞ্জন সামাজিক মাধ্যমত ট্ৰেণ্ডিং হৈ পৰা দেখা যায়। কেতিয়াবা আকৌ বিভিন্ন তাৰকাৰ ফটো ভাইৰেল হয় ছ’চিয়েল মিডিয়াত। বলীউডৰ তেনে এগৰাকী অভিনেত্ৰী সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। তেওঁ আন কোন নহয়, অমিতাভ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চন। অভিনয় দক্ষতাৰ দিশৰ পৰাই হওক, তাৰকা পৰিয়ালৰ কাহিনীৰ ফালৰ পৰাই হওক, সমগ্ৰ ভাৰততে জনপ্ৰিয় বচ্চন পৰিয়াল। অৱশ্যে, ঐশ্বৰ্য ৰায় বচ্চনৰ এখন ছবি এতিয়া ব্যাপকভাবে ভাইৰেল হৈ পৰিছে।ছবিখনে আচৰিত কৰি তুলিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীক। জানিবলৈ পোৱা মতে, অজয় দেৱগন আৰু অভিষেক বচ্চন পৰিবাৰৰ সৈতে অলপতে এটা অনুষ্ঠানলৈ গৈছিল। চাৰিওজনে গল্পত মছগুল আছিল। কিন্তু হঠাত্‍ অজয় দেৱগন আৰু ঐশ্বৰ্য ৰায় বচ্চনে এনে এটা কাম কৰিলে যিটো কামে এতিয়া সকলোকে আচৰিত কৰি তুলিছে। প্ৰকৃততে কি ঘটিছিল? দৰাচলতে, প্ৰথমে এখন ছবিত অজয় দেৱগনক তেওঁৰ পত্নী কাজল আৰু অভিষেক বচ্চনৰ পত্নী ঐশ্বৰ্য ৰায় বচ্চনৰ সৈতে থিয় হৈ কথা পাতি থকা দেখা গৈছে। কিন্তু পৰৱৰ্তী ছবিত অভিষেক বচ্চনৰ সন্মুখতে অজয় দেৱগনৰ ওঁঠত ওঁঠ থৈ গভীৰ চুম্বনত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে ঐশ্বৰ্যক। শুনিবলৈ আশ্চৰ্যকৰ যেন লাগিলেও সাম্প্ৰতিক ছবিখনত এয়াই স্পষ্ট হৈ পৰিছে। অভিনেত্ৰীগৰাকীৰ এনে কথোপকথন দেখি সকলোৱে আচৰিত হৈছে। পৰৱৰ্তী সময়ত জানিবলৈ পোৱা গৈ যে, অজয় দেৱগন আৰু ঐশ্বৰ্য ৰায় বচ্চনে গল্প পাতি থকা সময়ত সৌজন্যতাৰ খাতিৰত শব্দ কৰিছিল দুয়ো। কিন্তু কেমেৰামেনে গৈ এনে সময়ত ফটোখন তুলিছিল যে চাওতে এনে লাগে যেন দুয়োজন তাৰকাই ৰোমান্টিক চুম্বনত লিপ্ত হৈ আছে। সম্প্ৰ‌তি তাকে লৈ চৰ্চিত হৈ পৰিছে বচ্চন পৰিয়াল। অভিনেত্ৰীগৰাকীক অনুৰাগীয়ে কৰিছে ট্ৰ’ল। অভিষেকলৈ উঠিছে প্ৰশ্ন!   আকৌ এবাৰ মেট্ৰিক পৰীক্ষাত বহিব অভিষেক বচ্চনে! জুনিয়ৰ বচ্চনক লৈ গৰ্বিত অমিতাভ - Dasvi movie ইফালে, পুনৰ দশম শ্ৰেণীৰ পৰীক্ষাত বহিবলৈও সাজু অভিষেক বচ্চন। পৰীক্ষাৰ বাবে প্ৰস্তুতিও একেবাৰে অন্তিম পৰ্যায়ত। জুনিয়ৰ বচ্চনৰ এনে কাৰ্যত গৌৰৱান্বিত পিতৃ অমিতাভ বচ্চন। আপোনালেকে নিশ্চয় ভাবিছে যে, এই বয়সত অভিষেকে কিয় দশম শ্ৰেণীৰ পৰীক্ষাত বহিবলৈ লৈছে? কথাটো একেবাৰে মিছা নহয়। অভিষেকে পৰীক্ষা দিব, দশম শ্ৰেণীৰ পৰীক্ষা। পাছে বাস্তৱত নহয়। অভিষেকে পৰীক্ষা দিব ৰূপালী পৰ্দাত। অলপতে ‘দছৱী’ ছবিখনৰ ট্ৰিজাৰ মুকলিৰ সময়ত এই কথা প্ৰকাশ কৰিছে অভিষেকে।   PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ