--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিদ্যুৎ বিভাগক বাৰাম্বাৰ অভিযোগ দিয়া পিছতো বিদ্যুৎ বিভাগে বিদ্যুৎ পৰিবাহী তাঁৰডাল মেৰামতি নকৰাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লোকে।

ডিজিটেল ডেস্কঃ মাৰ্ঘেৰিটাত বিদ্যুৎস্পৃষ্ট হৈ মহিলাৰ মৃত্যু। মাৰ্ঘেৰিটাৰ ইনথেমত বিদ্যুতৰ তাঁৰত লাগি এগৰাকী মহিলাৰ মৃত্যু।


পুৱতি নিশা ৩ঃ৩০ মান বজাত সংঘটিত হয় এই কৰুণ ঘটনা। নামঘৰত জন্মাষ্টমী পালন কৰি ঘূৰি আহি পদুলিমুখত ছিঙি পৰি থকা তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লয় মহিলাগৰাকীয়ে।


মৃত মহিলাগৰাকীৰ নগাপথাৰ নিৱাসী নিতুল গগৈৰ পত্নী পল্লৱী গগৈ(৩৮)।


বিদ্যুৎ বিভাগৰ গাফিলতিতে এই ঘটনা সংঘটিত হোৱা অভিযোগ স্থানীয় ৰাইজ তথা দল সংগঠনৰ। পৰিয়ালৰ লোকে বিদ্যুৎ বিভাগক বাৰাম্বাৰ অভিযোগ দিয়া পিছতো বিদ্যুৎ বিভাগে বিদ্যুৎ পৰিবাহী তাঁৰডাল মেৰামতি নকৰাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লোকে।


আছুৰ বৰডুমচা - পেঙেৰী আঞ্চলিক সমিতিয়ে বিদ্যুৎ বিভাগক নিহত মহিলাগৰাকীৰ পৰিয়ালক উচিত ক্ষতিপূৰণৰ দাবী উত্থাপিত কৰাৰ লগতে দুগৰাকী কন্যা আৰু এটি সন্তানৰ সম্পূৰ্ণ শিক্ষা দায়িত্ব ল'বৰ বাবে দাবী জনাইছে। অন্যথা বৰডুমচা - পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হুংকাৰ প্ৰদান কৰিছে।


এই ঘটনাই অঞ্চলজুৰি তীব্ৰ শোকৰ ছাঁ পেলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ