--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ হলিউডৰ অন্যতম জনপ্ৰিয় পপ তাৰকা। সেয়ে ছেলেনা গোমেজৰ ব্যক্তিগত জীৱনক লৈ অনুৰাগীসকল অধিক উৎসাহিত। দীৰ্ঘদিন ধৰি পপ তাৰকা জাষ্টিন বিবাৰৰ সৈতে চেলেনাৰ সম্পৰ্ক আছিল। সেই সম্পৰ্ক ভাঙি গ’ল, এতিয়া সেই সকলোবোৰ অতীত।

কেইবামাহো পূৰ্বে চেলেনাই ‘ৱান ডাইৰেকচন’ বেণ্ডৰ প্ৰাক্তন সদস্য জেন মালিকৰ সৈতে জড়িত হৈ পৰিছিল। শুনা যায় যে তেওঁ মালিকৰ প্ৰেমত পৰিছে। যনিউয়ৰ্কৰ এখন ৰেষ্টুৰেণ্টৰ বাহিৰত হাতে হাত ধৰি খোজ কাঢ়ি থকা দেখা গৈছিল। দম্পতীহালে ইজনে সিজনৰ ওঁঠত চুমাও খাইছিল। সেই ছবিখন ছ’চিয়েল মিডিয়াৰ পেজত বিয়পি পৰিল।

কিন্তু সেই প্ৰেম মাত্ৰ তিনিমাহ টিকি থাকিল। শেহতীয়াকৈ দেখা গৈছে যে চেলিনাই ইনষ্টাগ্ৰাম পেজত জায়ানক ‘আনফ’ল’ কৰিছে।  আগতে গায়কজনক অনুসৰণ কৰিছিল। কিছুদিন পূৰ্বে চেলিনাই  এটা ভিডিঅ’ত নিজকে ‘চিংগল’ বুলি দাবীও কৰিছিল।

ইয়াৰ ফলত অনুৰাগীসকলে ধাৰণা কৰিছে যে চেলেনা আৰু জৈন মালিকৰ মাজত বিচ্ছেদ হৈছে। চেলেনাৰ পূৰ্বে জেন দীৰ্ঘদিন ধৰি ছুপাৰ মডেল গিগি হাদিদৰ সৈতে সম্পৰ্কত আছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ