--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : সকলোকে ৰূপেৰে মোহিত কৰা সাংসদ নুছৰত জাহান মাতৃ হ’ল। বৃহস্পতিবাৰে দুপৰীয়া এটি পুত্ৰ সন্তানৰ মাতৃ হ’ল সাংসদ তথা অভিনেত্ৰী নুছৰত। দিনৰ ১২.৪৫ বজাত জন্ম পোৱা সন্তানটি সুস্বাস্থ্যৰ অধিকাৰী, ওজন আছিল ২.৯ কিলো। বুধবাৰে কলকাতাৰ এখন চিকিৎসালয়ত ভৰ্তি হোৱা নুছৰতৰ কাষত আছিল ঘনিষ্ঠৰূপে পৰিচিত যশ যাদগুপ্ত।

কিন্তু তৃণমূলৰ সুন্দৰী সাংসদগৰাকীৰ কাষত বিগত সময়ছোৱাত নাছিল স্বামী নিখিল জৈন। আচলতে নুছৰত অন্তঃসত্বা হোৱাৰ কিছু দিনৰ পাছৰে পৰা নিখিলৰ সৈতে বাঢ়িছিল দূৰত্ব। গৰ্ভস্থ সন্তানটি কাৰ- এই বিষয়ে নিখিলৰ নাম পোনপটীয়াকৈ ল’বলৈ নুছৰতে অস্বীকাৰ কৰাৰ পাছৰে পৰা দুয়োজনৰ মাজত বাঢ়িছিল দূৰত্ব।

বহুজনে ক’ব বিচাৰে যে নিখিলৰ পৰিৱৰ্তে নুছৰত সন্তানটিৰ প্ৰকৃত পিতৃ যশ দাসগুপ্তহে। পিছে এই বিতৰ্কৰ প্ৰতি বিশেষ গুৰুত্ব নিদি নুছৰতে কয়, "মাতৃত্ব এক আশীৰ্বাদ আৰু এই আশিসৰ মই সুখানুভূতি ল’ব বিচাৰোঁ।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ