--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৬ মাহ পাৰ হৈ গ’ল। যোৱা বছৰৰ আগষ্ট মাহৰ শেষৰ ফালে সোণম কাপুৰ আহুজাই এটি পুত্ৰ সন্তান জন্ম দিছিল। পুত্ৰ জন্মৰ পৰা ছোনমৰ বাবে এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল পুত্ৰ বায়ু। ২০ ফেব্ৰুৱাৰী সোমবাৰে ছমাহ হ’ল বায়ুৰ। পুত্ৰৰ ছমহীয়া জন্মদিনত অনুৰাগীৰ সৈতে সামাজিক মাধ্যমত ভিডিঅ’ আৰু ছবি শ্বেয়াৰ কৰিলে সোণমে।

ছৱিখনত দেখা গৈছে পুত্ৰৰ লগত খেলা-ধূলাত ব্যস্ত সোণম। ভিডিঅ’টোত বায়ুক বগা পাঞ্জাবী পিন্ধি, সন্মুখত ৰখা খেলনাৰ স’তে খেলি থকা দেখা গৈছে।



এনে এটা মধুৰ পোষ্ট পোষ্ট কৰি সোণমে লিখিছে, ''বায়ুৰ ছমাহ হ’ল। পৃথিৱীৰ শ্ৰেষ্ঠ কাম, জীৱনৰ শ্ৰেষ্ঠ আশীৰ্বাদ। মোৰ সোণৰ ল'ৰা, মই তোমাক বহুত ভাল পাওঁ। তোমাৰ দেউতা আৰু মই জীৱনত আৰু কি বিচাৰিব পাৰো?’’

বায়ু আৰু সোণমৰ মৰমলগা ছবিবোৰ চাই তেওঁৰ বন্ধুসকলে স্নেহভৰা মন্তব্য কৰিছে। অভিনেত্ৰী বিপাশা বসুৱে মন্তব্য কৰে, "ভগৱানে তোমাক আশীৰ্বাদ কৰক।" উল্লেখ্য যে এতিয়ালৈকে সোণম আৰু আনন্দই নিজৰ পুত্ৰক ৰাজহুৱা কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক