--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুম্বাইৰ কেইবাটাও ৰেল ষ্টেচন বোমাৰে উৰুৱাই দিয়া হ’ব। মংগলবাৰে মুম্বাই আৰক্ষীয়ে এই ভাবুকি লাভ কৰে। তাৰপাছতে দাদৰ, কুৰ্লা আৰু চিএচএমটি ষ্টেশ্যনত ব্যাপক সতৰ্কতা অৱলম্বন কৰে।

তিনিওটা ষ্টেচনতে তন্ন তন্নকৈ তালাচি চলায় আৰক্ষীয়ে। কিন্তু সন্দেহজনক কোনো বিচাৰি পোৱা নগ’ল।

ক’ৰপৰা ফোনকলটো আহিছিল তাৰ তদন্ত চলায় আৰক্ষীয়ে। জানিব পাৰে যে ঔৰংগাবাদৰ পৰা এই ভাবুকি দিয়া হৈছিল। ঔৰংগাবাদ আৰক্ষীৰ সহায়ত এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।


গ্ৰেপ্তাৰ কৰাৰ পাছতে অভিযুক্তগৰাকীয়ে যি ভাষ্য প্ৰদান কৰিলে, তাকে লৈ বিমোৰত পৰিছে আৰক্ষী। অভিযুক্তগৰাকীয়ে দাবী কৰে যে মদৰ নিচাতে তেওঁ এই ভাবুকি দিছিল। ৪, ৫ আৰু ৬ ডিচেম্বৰত তিনিওটা ষ্টেশ্যনত অত্যন্ত ভীৰ হৈছিল। এই ভীৰ দেখিয়েই নিচাসক্ত অৱস্থাত তেওঁৰ ভাবুকি দিবলৈ মন গ’ল।

অভিযুক্তৰ এই ভাষ্য অৱশ্যে সহজে লোৱা নাই আৰক্ষীয়ে। ফোনকলটোৰ আঁৰৰ ৰহস্যৰ তদন্ত চলাবলৈ আৰম্ভ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক