--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধুৰী বৰ উপকাৰী ফল। ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। আপুনি বাৰু জানেনে মধুৰীৰ পাতৰ আছে অনেক উপকাৰী গুণ। শৰীৰৰ বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত ই সহায়ক। ইয়াৰ লগতে ই ওজন কমোৱাতো কাম কৰে। যদি আপুনিও ওজন বৃদ্ধিৰ বাবে চিন্তিত, তেন্তে মধুৰীৰ পাতে ঔষধৰ দৰে কাম কৰে। ইয়াৰ ব্যৱহাৰে ছালৰ সমস্যাও দূৰ কৰে।

মধুৰী পাতৰ উপকাৰিতা

১) আজিকালি খাদ্যাভ্যাসৰ বেয়া অভ্যাসৰ বাবে মানুহৰ ওজন দ্ৰুতগতিত বৃদ্ধি পোৱা দেখা গৈছে। আপুনি জানি আচৰিত হ’ব যে মধুৰীৰ পাতে শৰীৰৰ বৃদ্ধি পোৱা চৰ্বি কমোৱাৰ কাম কৰে। ই শৰীৰত থকা ষ্টাৰচক চেনিলৈ ৰূপান্তৰিত কৰে। ইয়াৰ কাৰণে ওজন কমিবলৈ আৰম্ভ কৰে। 

২) শৰীৰৰ ওজন বৃদ্ধিয়ে ডায়েবেটিছৰ দৰে বিপজ্জনক ৰোগক আমন্ত্ৰণ জনায়। তাৎপৰ্যপূৰ্ণভাৱে মধুৰী পাতে ইনচুলিন উৎপাদন নিয়ন্ত্ৰণ কৰে। ইয়াৰ বাবেই তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ হয়। ই আপোনাক ডায়েৰিয়াতো সকাহ দিয়ে।

৩) আমি সকলোৱে জানো যে শৰীৰৰ বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হোৱাটো স্বাস্থ্যৰ বাবে ভাল নহয়। গৱেষণাৰ পৰা দেখা গৈছে যে যদি আপুনি চাহৰ সৈতে মধুৰী পাত খায় তেন্তে ই বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত কাম কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ