--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বাহী খাদ্যৰ সোৱাদ সুকীয়া৷ তাতে বাহী হাঁহৰ মাংস বুলিলে আমেজ সুকীয়া৷ বৰ্তমান সময়ত ৰাজ্যজুৰি ন-ভোজৰ উলাহ-উদ্দীপনা বৃদ্ধি পাইছে৷ আৰু এনেসময়তে ৰৈ যোৱা খাদ্যও পুৱা জুতি লোৱা বহুজন আছে৷ বাহী হোৱা খাদ্যৰ গুণাগুণা সামগ্ৰী ভেদে ভিন্ন৷ কিছুমান বাহীখাদ্য শৰীৰৰ বাবে উপকাৰী, আন কিছুমান অপকাৰী৷ তাৰ ভিতৰত বাহী ৰুটি শৰীৰৰ বাবে বিশেষ লাভদায়ক বুলি গণ্য হৈছে৷

ঘৰতে ঘেহুৰে তৈয়াৰ কৰা ৰুটিবাহী কৰি খালে বহু ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি৷ এই ৰুটি খালে শৰীৰত দেখা দিয়া ভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পোৱা যায়৷ জানো আহক বাহী ৰুটি খোৱাৰ গুণাগুণসমূহ-

মধুমেহ সমস্যা : বৰ্তমান সময়ত দেখা দিয়া মাৰাত্মক ৰোগৰ ভিতৰত মধুমেহ হৈছে সকলোতকৈ ওপৰত৷ ভাৰতৰ প্ৰাপ্তবয়স্ক লোকসকলৰ ক্ষেত্ৰত আনুমানিক ৭২.৯৬ নিযুত লোক এই ৰোগত আক্ৰান্ত হৈছে। মধুমেহ নিয়ন্ত্ৰণ কৰিবলৈ চিকিৎসকে বিভিন্ন পৰামৰ্শ আগবঢ়াইছে৷ তাৰ উপৰি এই ৰোগ নিয়ন্ত্ৰণৰ বাবে চিকিৎসকে এক বিশেষ পৰামৰ্শও আগবঢ়াইছে৷ ঘৰত বনোৱা বাহীৰুটি পুৱাৰ ভাগতেই সেৱন কৰা উচিত৷ এই ৰুটি গৰম গাখীৰত ৫ৰ পৰা ৭মিনিট তিয়াই ৰাখি সেৱন কৰিলে মধুমেহ নিয়ন্ত্ৰণৰ বাবে ফলপ্ৰসু হয়৷

উচ্চ ৰক্তচাপ : বাহীৰুটি খালে উচ্চ ৰক্তচাপো নিয়ন্ত্ৰণ হয়৷ ঘৰত বনোৱা ৰুটি গাখীৰৰ সৈতে খালে উচ্চ ৰক্তচাপৰ সমস্য সামাধান হয়৷

কোষ্ঠকাঠিন্যৰ সমস্যা: পুৱা ঠাণ্ডা গাখীৰৰ সৈতে বাহীৰুটি খালে সহজে গেছৰ সমস্যা, কোষ্ঠকাঠিন্য সমস্যা আঁতৰ কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি