--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মধ্য প্ৰদেশৰ এটা আশ্চৰ্যকৰ ঘটনা৷ চিকিৎসা শিক্ষাৰ সঞ্চালক এগৰাকীয়ে নিজে চলাই আছিল এজন ভুৱা চিকিৎসা মহাবিদ্যালয়৷ 

মধ্যপ্ৰদেশত আছে শিৱৰাজ সিং চৌহান নেতৃত্বাধীন বিজেপি চৰকাৰ৷ আৰু বিজেপি চৰকাৰৰ দিনতে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে সঞ্চালকগৰাকীয়ে৷ এতিয়া প্ৰশ্ন উঠিছে, এই ভয়ংকৰ কাণ্ডৰ পাছতো কিয় নীৰৱতা অৱলম্বন কৰিছিল ৰাজ্য চৰকাৰখনে? দেশৰ একাংশ সাংবাদিকে মন্তব্য কৰিছে যে বিজেপিৰ শাসনৰ অধীনত যি আত্মবিশ্বাসেৰে দুৰ্নীতি সংঘটিত হয় সেয়া আশ্চৰ্যজনক। কেলেংকাৰীৰ ওপৰত কেলেংকাৰী কৰি ধৰা পৰিলেও কোনো গুৰুত্ব আৰোপ নকৰে চৰকাৰে৷ 

শেহতীয়াকৈ, চিবিআই-এ মধ্যপ্ৰদেশৰ ৬০০খনতকৈও অধিক নাৰ্চিং মহাবিদ্যালয় সম্পৰ্কে অনুসন্ধান চলোৱাৰ পাছত তেনে বহু প্ৰতিষ্ঠান উপযুক্ত অনুষদ বা আন্তঃগাঁথনি অবিহনে চলি আছে বুলি জানিব পৰা গৈছে৷ ‘এনডিটিভি’য়ে ৰাজ্যখনৰ ৰাজধানীত এনে এখন চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰিছিল আৰু দেখিছিল যে দাবীবোৰ সঁচা। 

ৰাজ্যখনত এনে ভুৱা নাৰ্চিং মহাবিদ্যালয় চলোৱাৰ অভিযোগৰ মাজতে আগষ্টত এনে ১৯খন প্ৰতিষ্ঠানৰ স্বীকৃতি বাতিল কৰা হৈছিল। পৰৱৰ্তী মাহত মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে ২০২০-২১বৰ্ষত ৰাজ্যখনত পঞ্জীয়ন কৰা সকলো ৬৭০খন নাৰ্চিং মহাবিদ্যালয়ৰ চিবিআই তদন্তৰ নিৰ্দেশ দিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ